NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

গুৱাহাটীলৈ দুখন ব্যক্তিগত ৰে’ল

ভাৰতীয় ৰেলৱেই গুৱাহাটীৰ পৰা উত্তৰ-পূবৰ বাহিৰলৈ দুখন ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে। বাতৰিমতে, ৰেলৱেই দেশৰ ১০০টা নিৰ্বাচিত পথত ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা…

এন ই নাও নিউজ · December 29, 2019 9:35 pm
অসম

ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হ’ব: এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে শনিবাৰে কৈছে যে দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব। এন আৰ চি…

এন ই নাও নিউজ · December 29, 2019 5:30 pm
অসম

অসমৰ CAA-বিৰোধিতাৰ তাৎপৰ্য্য তথ্যৰে ব্যাখ্যা জাহ্নু বৰুৱাৰ

প্ৰসিদ্ধ ছবি নিৰ্মাতা জাহ্নু বৰুৱাই ভাৰতৰ চৰকাৰী তথ্য আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ ঘোষণাপত্ৰ দাঙি ধৰি অসমৰ বাহিৰৰ লোকৰ বাবে নাগৰিকত্ব (সংশোধন)…

এন ই নাও নিউজ · December 28, 2019 10:02 pm
অসম

CAA মানৱীয় আইন: পূৰ্ণ সমৰ্থনত বাংলাদেশী সংখ্যালঘু বিশ্ব সম্প্ৰদায়

বাংলাদেশী সংখ্যালঘু সম্প্ৰদায়ৰ বিশ্বৰ বিভিন্ন দেশত থকা এক ডজনকৈ বেছি সংগঠনে ভাৰতৰ বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইন ২০১৯লৈ সমৰ্থন আগবঢ়াইছে আৰু ইয়াক “মানৱীয়”…

এন ই নাও নিউজ · December 28, 2019 6:11 pm
অসম

কা-বিৰোধিতাত হিংসাক লৈ সেনা মুৰব্বীৰ মন্তব্য, বিৰোধীৰ সমালোচনা

সেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱতে নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনত হোৱা হিংসাত্মক ঘটনা আৰু নেতৃত্ব সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য কৰিছে। বিপৰীতে কংগ্ৰেছকে ধৰি…

এন ই নাও নিউজ · December 26, 2019 10:03 pm
অসম

অসমৰ সকলো গাঁৱলৈ ফ্ৰী ৱাই ফাই!

সমগ্ৰ দেশৰ লগতে অসমৰ সকলো গাঁৱে অহা তিনি মাহৰ ভিতৰত চৰকাৰী বিনামূলীয়া ৱাই ফাইৰ সুবিধা লাভ কৰিব। অসমত বৰ্তমানলৈকে এই চৰকাৰী সুবিধাৰ…

এন ই নাও নিউজ · December 26, 2019 7:18 pm
অসম

কলাক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীলৈ “অভিনন্দন”, ১৫৪৬ গৰাকীক সাহায্য প্ৰদান

অসম চৰকাৰে বৃহস্পতিবাৰে “অভিনন্দন” আঁচনিৰ আনুষ্ঠানিক মুকলি কৰিছে আৰু শিক্ষা ঋণ থকা ৰাজ্যৰ ১৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ইয়াৰ অধীনত এককালীন সাহায্য প্ৰদান কৰা…

এন ই নাও নিউজ · December 26, 2019 5:49 pm
অসম

ভূত বিদ্যা: দেশত প্ৰথমটো পাঠ্যক্ৰম মুকলি বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ

বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ে জানুৱাৰিৰ পৰা ভাৰতত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিব “ভূত বিদ্যা”ৰ অনুমোদিত পাঠ্যক্ৰম। ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ আয়ুৰ্বেদ বিভাগে এই পাঠ্যক্ৰম পৰিচালনা…

এন ই নাও নিউজ · December 26, 2019 4:26 pm
অসম

কা-বিৰোধিতা: আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালে সাহায্য নাপায়, সিদ্ধান্ত সলনি কৰ্নাটক চৰকাৰৰ

কৰ্নাটক চৰকাৰে বুধবাৰে সিদ্ধান্ত লৈছে যে মাংগালুৰুত কা-বিৰোধী প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত দুই ব্যক্তিৰ পৰিয়ালক সাহায্য প্ৰদান কৰা নহয়। ১৯ ডিচেম্বৰত হোৱা…

এন ই নাও নিউজ · December 25, 2019 9:46 pm
অসম

তিপ্ৰা: খিলঞ্জীয়া অৰাজনৈতিক দল গঠন কা-বিৰোধী ত্ৰিপুৰী ৰাজকুমাৰৰ

তিপ্ৰা: The Indigenous Progressive Regional Alliance, নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰ মাজত ত্ৰিপুৰী ৰাজকুমাৰ প্ৰদ্যোত কিশোৰ মানিক্য দেব বাৰ্মাই গঠন কৰিছে এই…

এন ই নাও নিউজ · December 25, 2019 8:55 pm