Author: এন ই নাও নিউজ
কা ২০১৯ প্ৰত্যাহ্বানকাৰী আৱেদনৰ শুনানিৰ বাবে মান্তি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়
ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব। সোমবাৰে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।…
নাগৰিকত্ব (সংশোধন) আইন ২০১৯ মৌলিকভাৱে বৈষম্যমূলক: ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ
ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে শুকুৰবাৰে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক “মৌলিকভাৱে বৈষম্যমূলক” বুলি অভিহিত কৰিছে। আইনখনে চুবুৰীয়া দেশ তিনিখনৰ “নিপীড়িত” সম্প্ৰদায়কেইটাক সুৰক্ষা দিব খোজা…
সাত বজাৰ পৰা ইণ্টাৰনেট বন্ধ, কেব বিৰোধিতাক নাকী লগোৱাৰ চেষ্টাত চৰকাৰ
অসমবাসীয়ে নাগৰিকত্ব (সংশোধন) বিধেয়কৰ বিৰুদ্ধে অব্যাহত ৰখা ব্যাপক বিক্ষোভক কাবু কৰিবলৈ অৱশেষত ইণ্টাৰনেট সেৱা বন্ধৰ আশ্ৰয় লৈছে চৰকাৰে। বিধেয়কখনৰ বিৰুদ্ধে ৰাজধানী দিচপুৰকে…
যুদ্ধভূমিত পৰিণত গুৱাহাটী, দিচপুৰ অভিমুখে ছাত্ৰ-ছাত্ৰীৰ দল; ডিব্ৰুগড়ত সেনাৰ ফ্লেগ মাৰ্চ
ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯ উত্থাপিত হোৱাৰ সময়তে যুদ্ধভূমিত পৰিণত হৈছে অসমৰ ৰাজধানী গুৱাহাটী। জনতা ভৱনৰ কিছু দূৰত বিভিন্ন ঠাইৰ পৰা…
ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ বিতৰ্ক ||Live Video
অসমত নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯-বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে বিলখন ৰাজ্য সভাত দাখিল কৰিছে। দুপৰীয়া ১২.০৩ বজাত শ্বাহে…
অসমীয়াতে পঢ়ক নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯ৰ প্ৰস্তাৱসমূহ ||সম্পূৰ্ণ কেব
নাগৰিকত্ব আইন, ১৯৫৫ত কেন্দ্ৰই আনিব খোজা সংশোধনসমূহ। বিধেয়কখনৰ নাম: নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯ THE CITIZENSHIP (AMENDMENT) BILL, 2019 ভাৰত গণৰাজ্যৰ সত্তৰসংখ্যক বৰ্ষত…
“উত্তৰ-পূব গোলাম নহয়”, কেব বিতৰ্কত গৌৰৱ গগৈ; অ’ৱেইছিয়ে ফালিলে প্ৰতিলিপি
অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে লোক সভাত চলিত বিতৰ্কত নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। এ আই এম আই এম নেতা আছাছুদ্দিন…
কেব! “বাচিল” মণিপুৰ
অমিত শ্বাহে সোমবাৰে লোক সভাত উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ আওতাৰ পৰা উত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰো বাদ পৰিছে। কেবক লৈ তীব্ৰ প্ৰতিবাদ…
Video|| অমিত শ্বাহৰ সম্পূৰ্ণ ভাষণ, লোক সভাত নাগৰিকত্ব বিধেয়কক লৈ হুলস্থূল
অসম, উত্তৰ-পূবত নাগৰিকত্ব বিধেয়কবিৰোধী প্ৰতিবাদৰ মাজতে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে লোক সভাত সোমবাৰে কেব উত্থাপন কৰে। বিয়লি ৪.৪৫ বজাৰ পৰা বিধেয়কখনক…
দেৱালৰ লিখন
ভাৰতীয় সংসদত সোমবাৰে নাগৰিকত্ব বিধেয়কে গতি লাভ কৰাৰ সময়তে অসমত কেববিৰোধী আন্দোলন তুংগত উঠা দেখা গৈছে। আন্দোলনে অসমত হিংসাত্মক ৰূপ লোৱা নাই…