Author: এন ই নাও নিউজ
কাণত পানী সোমাইছে? মূৰ নোজোকাৰিব, মদ ঢালক আৰু নষ্ট হোৱাৰ পৰা বচাওক মগজু
আমি কাণত পানী সোমালে সাধাৰণতে একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব খোজো। কিন্তু, গৱেষকৰমতে, ইয়াৰ ফলত নষ্ট হৈ যাব পাৰে মগজু।…
পাৰ্টি ছীজনত কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ
আগত নতুন বছৰ। পিছে এইহেন পাৰ্টি ছীজনত আপুনি কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ? আটাইতকৈ সহজ, চিধা দিহা হ’ল—মদ নাখাব, খালে কমকে খাব; নহ’লে…
ভাৰত এৰিছে বাংলাদেশীয়ে, যোৱা ২০ দিনত ১৮০ গৰাকীক গ্ৰেপ্তাৰ
অবৈধভাৱে থকা বহু বাংলাদেশী নাগৰিকে ভাৰত এৰিছে। যোৱা এমাহত এই সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। মূলতঃ শ্ৰমিক এই লোকসকলৰ স্বদেশ প্ৰত্যাৱৰ্তনো সহজ…
কেবক লৈ পুনৰ যুটীয়া সংসদীয় সমিতি?
এন ডি এৰ অংশীদাৰ জে ডি (ইউ)ৰ আশ্বাস যদি সঁচা হয়, তেন্তে নাগৰিকত্ব বিধেয়কক লৈ পুনৰ গঠন হ’ব যুটীয়া সংসদীয় সমিতি। কেন্দ্ৰ…
এন আই এৰ অভিযান চলিছে আগৰতলাত, এজনক আটক
এন আই এৰ এটা বিশেষ গোটে বুধবাৰে আগৰতলাত অভিযান চলাইছে। এজন ব্যক্তিক আটক কৰা হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা…
চিধা ভাষাত– আমি বিধেয়ক বিৰোধিতা কৰো: মোদীক নেছ’
উত্তৰ-পূব ছাত্ৰ সংগঠনে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সোমবাৰে প্ৰেৰণ কৰা পত্ৰত কৈছে: চিধা ভাষাত আমি বিলখনৰ সম্পূৰ্ণ বিৰোধিতা…
বিশ্বনাথত নতুন উপায়ুক্ত
ধ্ৰুৱজ্যোতি দাসে সোমবাৰে বিশ্বনাথ জিলাৰ নতুন উপায়ুক্তৰূপে দায়িত্ব গ্ৰহণ কৰিছে। অসম অসামৰিক সেৱাৰ বিষয়া দাসে বিদায়ী উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ পৰা জিলাখনৰ…
“লাভ জিহাদ”: প্ৰতিবাদত উত্তাল শিলাদিত্য দেবৰ গৃহ চহৰ
হিন্দু জাগৰণ মঞ্চই “লাভ জিহাদ”ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে সোমবাৰে উত্তাল কৰি তোলে বিজেপি বিধায়ক শিলাদিত্য দেবৰ গৃহ চহৰ হোজাইৰ সদৰ থানা।…
সোমবাৰে সমগ্ৰ উত্তৰ-পূব ছানি বিধেয়ক বিৰোধী নতুন প্ৰতিবাদ আৰম্ভ
উত্তৰ-পূব ছাত্ৰ সংগঠন (নেছ’)এ সোমবাৰে অঞ্চলটোৰ প্ৰত্যেক ৰাজ্যৰ ৰাজধানীত প্ৰস্তাৱিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাব। সদৌ অসম ছাত্ৰ সন্থা আৰু আন জাতীয়,…
৬৭০০ এন আৰ চি কৰ্মচাৰীৰ দৰমহা এতিয়াও মুকলি হোৱা নাই
এন আৰ চি উন্নীতকৰণৰ সৈতে জৰিত কমেও ৬৭০০ গৰাকী চুক্তিভিত্তিক কৰ্মচাৰীৰ দৰমহা এতিয়াও মুকলি হোৱা নাই, সূত্ৰত প্ৰকাশ। “WIPROৰ প্ৰায় ৫৫০০ চুক্তিভিত্তিক কৰ্মচাৰীয়ে…