Author: নংগী তেৰাং
কাৰ্বি আংলঙত আকৌ গণপ্ৰহাৰৰ ঘটনা : গণপ্ৰহাৰত প্ৰাণ গ’ল এজন লোকৰ, ৭ গ্ৰেপ্তাৰ আৰক্ষীৰ
দেওবাৰে নিশা কাৰ্বি আংলং জিলাৰ বকলিয়াত এক গণপ্ৰহাৰ ঘটনা সংঘটিত হৈছে। গণ প্ৰহাৰত মৃত্যু হৈছে এজন লোকৰ। ঘটনাৰ বিৱৰণীৰ মতে জিলাখনৰ বকলিয়া…
ডিফুৰ খাদ্য বিষক্ৰিয়া : ১ জন আক্ৰান্তৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা বৃদ্ধি ১৭৫ লৈ বৃদ্ধি
কাৰবি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত সংঘটিত খাদ্য বিষক্ৰিয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে। বুধবাৰে কাংবুৰা বে’ নামৰ…
তেল চুৰিৰ সময়তে বোকাজানত ৰখাই থোৱা অইল টেংকাৰত জুই
তেল চুৰি চক্ৰই তেল চুৰি কৰাৰ সময়তে আজি বোকাজানৰ খটখটীত থকা সতীশ পাৰ্কিঙত ৰখাই থোৱা অইল টেংকাৰ দপদপকৈ জ্বলি উঠে। দিনৰ প্ৰায়…
২৬ জানুৱাৰিত ১২ ঘণ্টীয়া “সম্পূৰ্ণ বন্ধ”ৰ আহ্বান
দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ইয়াক সম্পূৰ্ণ নাকচ কৰি ২৬ জানুৱাৰিৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ “সম্পূৰ্ণ বন্ধ”ৰ…
কংগ্ৰেছ শাসনত আহিলেই ব্ৰহ্মপুত্ৰত উটুৱাই দিম কা : হৰিপল ৰাৱাট
২০২১ত কংগ্ৰেছে ৰাজ্যৰ শাসনভাৰ দখল কৰিলে সংশোধিত নাগৰিকত্ব আইনখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুটীয়া সম্পাদক…
CAA-ৰ বিৰুদ্ধে ডিফুত জাগিল মহিলা শক্তি; কাৰ্বি সাহিত্য সভাৰো বিৰোধিতা বিতৰ্কিত আইনখনৰ
ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰেই ডিফুতো আজি মহিলাসকলে ছেমছং চিং মেমৰিয়েল পাৰ্কত অৱস্থান ধৰ্মঘট কৰি CAA-বিৰোধী আন্দোলনত ভাগ লয়। কাৰ্বি আংলং জিলা আঞ্চলিক…
অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰূপনছিং ৰংহাং আৰু নাই
অসমৰ প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ৰূপনছিং ৰংহাঙৰ দেওবাৰে ৰাতি গৃহ চহৰ ডিফুত মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৭১ বছৰ। বয়সজনিত ৰোগত চিকিৎসাধীন…
ডকমকাৰ পৰা অপহৃত ব্যৱসায়ীক হাওৰাঘাটৰ পৰা উদ্ধাৰ
কাৰ্বি আংলঙৰ ডকমকাৰ পৰা অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়। হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত হাওৰাঘাটৰ অন্যতম অভিযুক্ত তপন টেৰণৰ ঘৰৰ…
ডিমা হাচাওত গিৰীয়েকে ব্লেডেৰে কাটি হত্যা কৰিলে পত্নীক
ডিমা হাচাও জিলাৰ ডিয়ুংমুখ আৰক্ষী চকীৰ অধীনৰ বড়ো ৱাছলিং গাঁৱত সোমবাৰে (৯ ছেপ্টেম্বৰ) নিশা এজন লোকে নিজ পত্নীক নৃসংশভাৱে হত্যা কৰাৰ ঘটনাই…
কংগ্ৰেছ এৰিলে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকে
দীৰ্ঘকাল ধৰি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্পাদক তথা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিদ্যাছিং ৰংপিয়ে মঙলবাৰে দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) পদৰ লগতে…