Author: পংকজ কুমাৰ দেৱ
ষোল্ল মাহৰ ভিতৰত ডিমা হাছাও পলিটেকনিক ইন্সটিটিউটৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
অহা ষোল্ল মাহৰ ভিতৰত ডিমা হাছাও পলিটেকনিক ইন্সটিটিউট নিৰ্মাণৰ কাম সম্পন্ন কৰিব লাগিব। এই নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ…
আইন ভংগ! ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ ৰুজু
ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ বিৰোধী কংগ্ৰেছ দলৰ হাফলং সমষ্টিৰ নিৰ্বাচিত স্বায়ত্ব পৰিষদ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ তৰিলে বিজেপি শাসিত পৰিষদ…
শিলচৰ-সৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ ডিমাছা ছাত্ৰ সন্থাৰ
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰি’ডৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিঙ্গা- হাৰাঙ্গাজাও ২৫ কিলোমিটাৰ আৰু জাটিঙ্গা-নেৰিমবাংলো ২৪ কিলোমিটাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।…
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ; হাফলঙৰ চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমত চাহৰ কেন্টিন!
স্মাৰ্ট ক্লাছৰুমৰ বিষয়ে কোৱাৰ লগে লগে আমাৰ সকলোৰে এটা বেলেগ অনুভৱ হ’ব আৰু হোৱাটো স্বাভাৱিক। ছাত্ৰ-ছাত্ৰী সকলেও তেনে শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰাৰ…
এইবাৰ ওলাইছে নকল জেইলাৰ; জামিন দিয়াৰ নামত লুটিলে সাধাৰণ গাঁৱলীয়া ৰাইজক, ক’ত?
এইবাৰ ডিমা হাছাও জিলাত নকল জেইলাৰৰ দপদপনি। নিজকে হাফলং কাৰাগাৰৰ জেইলাৰ বুলি পৰিচয় দি আদালতৰ পৰা জামিন দিয়াৰ নামত নকল জেইলাৰে লুটিলে…
জাতিঙ্গাত তিনিখনকৈ এম্বুলেন্স আৱদ্ধ, কানসাৰ নাই কৰ্তৃপক্ষৰ! খোজকাঢ়িবলগীয়া হ’ল অন্ত:সত্ত্বা মহিলাই
পাৰ্বত্য ডিমা হাছাওত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক আৰু কিমান দিন লাগিব? সংস্থাটোৰ সঠিক পৰিকল্পনাৰ অভাৱত সংকটত পৰিছে…
ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্য সচিব জিষ্ণু বৰুৱা! ৰাইজক কোভিড বিধি মানি চলাৰ আহ্বান
ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ শংকিত মুখ্য সচিব জিষ্ণু বৰুৱা। দেওবাৰে হাফলঙত ক’ভিড সন্দৰ্ভত বৈঠক সামৰি ৰাইজক সজাগ, সতৰ্ক আৰু সাৱধানেৰে পৰিস্থিতিৰ…
হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন
মাংগলিক অনুষ্ঠানৰ যোগেদি হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে। চিতাভষ্ম বিসৰ্জন দিয়াৰ…
হাফলঙত ডিমাচা ষ্টুডেন্টছ ইউনিয়নৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ডিমাচা ষ্টুডেন্টছ ইউনিয়নৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস হাফলঙৰ কেন্দ্ৰীয় কাৰ্যালয় হিড়িম্ব প্ৰতাপ থাউচেন ভৱন চৌহদত ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয়। প্ৰতিষ্ঠা…
ই এম আৰু অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত সম্পন্ন হ’ল ক’ভিডত মৃত্যু হোৱা ঝন্টু চক্ৰৱৰ্তীৰ শেষকৃত্য
শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ অন্তিম সৎকাৰ মাইবাঙ স্মশানত ক’ভিড প্ৰট’কল মানি সম্পন্ন হয়। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব…