NORTHEAST NOW (Assamese)

Author: পংকজ কুমাৰ দেব

অসম

ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবীত ডিমা হাচাওত ৰে’ল অৱৰোধ, নিউ হাফলং ষ্টেশ্যনত আৱদ্ধ বহু যাত্ৰী

লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছিল। ৰে’লপথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা সেই সকল…

পংকজ কুমাৰ দেব · March 8, 2019 8:20 am
অসম

শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে হাফলঙত মুকলি ছেবাৰ মাণ্ডলিক কাৰ্যালয়

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা ডিমা হাচাওৰ হাফলঙতো আজি মুকলি কৰা হয় অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ মাণ্ডলিক কাৰ্যালয়।…

পংকজ কুমাৰ দেব · March 4, 2019 7:40 pm
অসম

হাফলঙৰ ডনবস্কো স্কুলত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

হাফলঙৰ ডনবস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলত এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ জ্যেষ্ঠ ছাত্ৰই চলোৱা শাৰীৰিক নিৰ্যাতনত গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি…

পংকজ কুমাৰ দেব · March 2, 2019 9:33 am
অসম

কাশ্মীৰত চহিদ জোৱানসকলৰ আত্মবলিদান সুঁৱৰি হাফলঙত শ্ৰদ্ধাঞ্জলি; পাকিস্তান মুৰ্দাবাদ ধ্বনি

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল পাহাৰীয়া জিলা সদৰ হাফলঙৰ ৰাইজ। হাফলং লেডিছ ৱেলফেয়াৰ অৰ্গেনাইজেইশ্যনৰ লগতে…

পংকজকুমাৰ দেব · February 17, 2019 8:34 am
অসম

শপত ল’লে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই

দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলক  সোমবাৰে ঈশ্বৰৰ নামত শপত বাক্য পাঠ কৰোৱা হয়। হাফলং কালচাৰেল ইনষ্টিটিউট…

পংকজ কুমাৰ দেব · February 5, 2019 9:08 am
অসম

সোমবাৰে শপত ল’ব উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই

অহা ৪ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ  শপত গ্ৰহণ অনুষ্ঠান। হাফলং কালচাৰেল ইনষ্টিটিউট হলত…

পংকজ কুমাৰ দেব · February 3, 2019 8:29 am
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে হাফলঙতো প্ৰতিবাদ

ৰাজ্যৰ আন আন প্ৰান্তত  নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি  ক্ষোভৰ জুই জ্বলি  থকা সময়ত পাহাৰীয়া  জিলা ডিমা হাচাওত কিন্তু ইয়াৰ  প্ৰভাৱ পৰা নাছিল। কিন্তু …

পংকজ কুমাৰ দেব · February 2, 2019 8:42 am
অসম

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ পুনৰ শাসকীয় দল বিজেপিৰ দখলত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু বিজেপি বিৰোধী ঢৌ ৰাজ্যখনৰ সৰ্বত্ৰে চলি থকা সত্ত্বেও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে…

পংকজ কুমাৰ দেব · January 23, 2019 7:47 am
অসম

অভিলেখ সংখ্যক ভোটদানেৰে অন্ত পৰিল স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, ২২ জানুৱাৰিত ভোটগণনা

শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ’ল দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ। ১৯ জানুৱাৰি শনিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ…

পংকজকুমাৰ দেব · January 20, 2019 8:14 pm
অসম

অগপ এতিয়া অকলশৰীয়া, এই দলৰ কাম নাই : লাঙটিঙৰ প্ৰচাৰ সভাত ডাঃ নোমল মমিন

অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযানেৰে ভোটাৰক আকৰ্ষণ…

পংকজকুমাৰ দেব · January 16, 2019 8:27 am