Author: পংকজ কুমাৰ দেব
দাবী কৰা ধন নাপাই ঠিকাদাৰৰ গাড়ীলৈ ক্ষুব্ধ উগ্ৰপন্থীৰ গুলীচালনা
দাবী কৰা ধন নোপোৱাৰ কাৰণেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন ডি এন এল এৰ এটা দলে বহিৰাগত ঠিকাদাৰী সংস্থাক গুলীওৱাৰ ঘটনাই পাহাৰীয়া জিলা ডিমা…
ৰেইলৱেৰ প্ৰতিশ্ৰুতি : ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰামৰ ৰেইল অৱৰোধ প্ৰত্যাহাৰ
ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰাম চমুকৈ আইএছএফ নামৰ সংগঠনে আজিৰে পৰা হ’বলগীয়া অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ প্ৰত্যাহাৰ কৰিছে। ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ কাৰণে ডিমা হাচাও জিলাত প্ৰায়…
আই পি এফৰ অনিৰ্দিষ্টকালীন ডিমা হাছাও বন্ধ প্রত্যাহাৰ; ১৭ ফেব্রুৱাৰিত দিচপুৰত বৈঠক
ৰাজ্য চৰকাৰৰ পৰা লিখিত প্রতিশ্রুতি পোৱাৰ পাছত অনির্দিষ্টকালীন ডিমা হাছাও বন্ধ প্রত্যাহাৰ কৰিলে ইণ্ডিজেনাছ পীপলছ ফ’ৰামে। যোৱা নিশা হাফলঙৰ মৌলহৈ কমিউনিটি হলত…
হাফলঙত বন্ধৰ নামত হিংসাত্মক ঘটনা; ডি এফ অ’ক নমাই লৈ জ্বলাই দিয়া হ’ল চৰকাৰী গাড়ী
পৃথক স্বায়ত্তশাসিত জিলা গঠনৰ দাবীত ইণ্ডিজেনাছ পীপলছ ফ’ৰামে দিয়া অনিৰ্দিষ্টকালীন হাফলং বন্ধত আজি ব্যাপক হিংসাৰ ঘটনা ঘটে। বন্ধৰ সমৰ্থকে ৰাজপথত চলাচল কৰা…
আজিৰে পৰা আইপিএফৰ অনিৰ্দিষ্টকালীন ডিমা হাচাও বন্ধ; কঠোৰ জিলা প্ৰশাসন
ইণ্ডিজেনাছ পিপুলচ ফ’ৰামে মঙ্গলবাৰৰ পৰা আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ডিমা হাচাও জিলা বন্ধক কেন্দ্ৰ কৰি পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছে। অবশ্যে…
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদলৈ মনোনীত দুজন সদস্যৰ শপতগ্ৰহণ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সদস্য হিচাপে আজি শপত গ্ৰহণ কৰে লিটন চক্ৰবৰ্ত্তী আৰু ঈশ্বৰী প্ৰসাদ জৈছীয়ে। পৰিষদত প্ৰতিনিধিত্ব নথকা বঙালী আৰু…
অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাছাও বন্ধৰ ঘোষণা
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে এন…
বন্ধক কেন্দ্ৰ কৰি উত্তপ্ত হাফলং: দুটা ফৈদৰ সংঘৰ্ষৰ ফলত আহত বন্ধ সমৰ্থনকাৰী
ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ ১২ ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে হাফলঙত বন্ধ সমৰ্থক আৰু বন্ধৰ বিৰোধিতা কৰা দুটা ফৈদৰ মাজত হাফলং চিনেমা হ’লৰ…
১৭ ফেব্ৰুৱাৰিৰ পৰা পার্বত্য জিলাত অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ
অহা ১৭ ফেব্ৰুৱাইৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৰেইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হৈছে। এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট…
শুৱালকুছি অধিৱেশনত সম্বৰ্ধিত হ’ব হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাস
বৃহস্পতিবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হোৱা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনত ৰাজ্যৰ তেত্ৰিশ খন জিলাৰ মনোনীত সাংবাদিকৰ লগতে হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাসকো সম্বৰ্ধনা জনাব।…