Author: পংকজকুমাৰ দেব
ডিমা হাচাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ বীৰ বিক্ৰম গগৈৰ
এ পি এছ বিষয়া বীৰ বিক্ৰম গগৈক ডিমা হাচাও জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হৈছে। অধীক্ষক গৰাকীয়ে আজি বিদায়ী আৰক্ষী…
মাইবাং ৰেইল ষ্টেইশ্যনত ক’লা দিৱস পালন ডিমা হাচাওবাসীৰ
নাগালিমত ডিমা হাচাও জিলাৰ ভূমি অন্তভুৰ্ক্ত কৰাৰ প্ৰতিবাদ কৰিবলৈ গৈ মাইবাং ৰেইল ষ্টেইশ্যনত আৰক্ষীৰ গুলীত চহিদ হোৱা যুৱক দুজনৰ স্মৃতিত আজি ৰেইল…
কাইলৈ ২৪ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধ; ডিমাচা চহিদ দিৱস পালনৰ আহ্বান
কাইলৈ, অৰ্থাৎ ২৫ জানুৱাৰিত ২৪ ঘণ্টীয়া ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা বন্ধ ঘোষণা কৰিছে ডিমাচা নেশ্যনেল লিবাৰেইশ্যন আৰ্মি চমুকৈ ডি এন…
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদী সমদল
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সোমবাৰে হাফলঙত প্ৰতিবাদী সমদল উলিয়ায় অল ডিমাচা ষ্টুডেন্ট য়ুনিয়নকে ধৰি ডিমাচা উইমেন ছচাইটি আৰু ডিমাচা মাডাৰ্চ এছ’চিয়েছনে। এই…
আডছুৰ উদ্যোগত হাফলঙত মমবাতি লৈ সমদল; কেব বিৰোধিতাৰে উত্তাল পাহাৰীয়া জিলা
কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটী আৰু উজনি অসমৰ ডিব্ৰুগড়ত মৃত্যু হোৱা চাৰি গৰাকী যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে অল ডিমাচা…
মঙলবাৰে আহ্বান জনোৱা উত্তৰ-পূব বন্ধক সমৰ্থন অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ
কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা অসম বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াইছে অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন চমুকৈ আডছুৱে। আজি হাফলঙৰ আডছু…
ধৰ্ণাত বহিল ছমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং জনস্বাস্থ্য কাৰিকৰীৰ কৰ্মচাৰী
দৰমহাৰ দাবিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হাফলং জনস্বাস্থ্যৰ ২৮২ গৰাকী কৰ্মচাৰী ধৰ্ণাত বহিছে। অল আচাম পি এইচ্ছ ই এমপ্লয়েজ এছ’চিয়েছনৰ হাফলং শাখাৰ…
কোন হ’ব ডিমা হাচাও জিলা বিজেপিৰ পৰৱৰ্তী সভাপতি?
অহা দুই এদিনতে ডিমা হাচাও জিলা বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কথা। ইয়াক কেন্দ্ৰ কৰি এতিয়া জিলাখনৰ গেৰুৱা দলৰ নেতাকৰ্মীসকলৰ উৎকণ্ঠাই…
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাফলঙত হিলছ ট্ৰাইবৰ প্ৰতিবাদী ধৰ্ণা
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কংগ্ৰেছৰ পাছত এইবাৰ হিলছ্ ট্ৰাইব ষ্টুডেন্ট এছ’চিয়েছনৰ ধৰ্ণাত উত্তাল হৈ পৰিছে ডিমা হাচাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ। কোনো…
ডিমা হাচাও-কাৰ্বি আংলঙক নাগৰিকত্ব বিধেয়কৰ পৰা বাহিৰত ৰখাৰ দাবী ডিমা হাচাও কংগ্ৰেছৰ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি হাফলঙৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাও জিলা কংগ্ৰেছৰ নেতৃত্বই। প্ৰতিবাদকাৰীয়ে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক…