NORTHEAST NOW (Assamese)

Author: ৰিনয় বসুমতাৰী

অসম

লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান এগৰাকী আৰক্ষী বিষয়াৰ

বিশ্বজুৰি তোলপাৰ লগোৱা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনিয়া লকডাউনৰ ফলত হাহাকাৰ সৃষ্টি হৈছে…

ৰিনয় বসুমতাৰী · April 5, 2020 9:50 pm
অসম

চিৰাঙত মহিলাক দলৱদ্ধ ধৰ্ষণ, হত্যা

কৰোনা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰখাৰ সময়তে চিৰাঙত এগৰাকী মহিলাক মঙলবাৰে দলৱদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ…

ৰিনয় বসুমতাৰী · March 25, 2020 12:10 pm
অসম

চিৰাঙত ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্য্যালয়ত অগ্নিসংযোগ

বি টি চিত পৰিষদীয় নিৰ্বাচনৰ কুছকাৱাজৰ মাজতে চিৰাঙৰ কাজলগাঁৱত বুধবাৰে ইউ পি পি এলৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। ১৫ নং…

ৰিনয় বসুমতাৰী · March 12, 2020 8:47 pm
Popular Stories

বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজনৈতিক দল গঠন কৰিব আক্ৰাছুৱে!

পৃথক কমতাপুৰ ৰাজ্য গঠন, কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত আজি কোকৰাঝাৰৰ ডিমলগাঁৱত বিশাল গণসমাৱেশ অনুষ্ঠিত হয়। আক্ৰাছুৰ উদ্যোগত আৰু…

ৰিনয় বসুমতাৰী · February 23, 2020 4:55 pm
অসম

প্ৰমোদ বড়োক য়ু পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি নিযুক্তি

২১ ফেব্ৰুৱাৰিত য়ু পি পি এলত যোগদান কৰা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক দলটোৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। তাৰোপৰি…

ৰিনয় বসুমতাৰী · February 22, 2020 8:04 pm
অসম

বিটিচিত জ্বলিল হাগ্ৰামাৰ পুত্তলিকা; চিৰাঙৰ পাণবাৰীত ‘হাগ্ৰামা গ’ বেক, মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল প্ৰতিবাদ বড়ো ৰাইজৰ

চিৰাঙৰ পাণবাৰী  হঠাতে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হৈ উঠে। কালি কোকৰাঝাৰ জিলাৰ কাজিগাঁৱত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ নামানো বুলি কোৱাৰ…

ৰিনয় বসুমতাৰী · February 17, 2020 3:04 pm
অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আদৰণি নিখিল বড়ো ছাত্ৰ সন্থাৰ

অহা ৭ ফেব্ৰুৱাৰিৰ অসম ভ্ৰমণলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই। যোৱা ২৭ জানুৱাৰিত বি টি আৰ চুক্তি…

ৰিনয় বসুমতাৰী · February 3, 2020 7:37 pm
অসম

গণৰাজ্য দিৱস উপলক্ষে কোকৰাঝাৰৰ দুগৰাকী সাংবাদিকক সম্বৰ্ধনা

৭১ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে অজিত বসুমতাৰী(দ্যা চেণ্টিনেল) আৰু মলয়া ডেকা(দৈনিক যুগশংখ)ক সম্বৰ্ধনা জনোৱা…

ৰিনয় বসুমতাৰী · January 26, 2020 8:05 pm
অসম

শান্তি আলোচনাৰ বাবে মুকলি আকাশৰ তলত এন ডি এফ বিৰ সকলো লীডাৰ আৰু কেডাৰ

নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এন ডি এফ বি এটা সশস্ত্ৰ সংগঠন। পূৰ্বতে প্ৰতিস্থাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাব্লাৰ…

ৰিনয় বসুমতাৰী · January 23, 2020 8:54 pm
Popular Stories

অপেক্ষাৰ অন্ত; মূল সুঁতিলৈ এন ডি এফ বিৰ শীৰ্ষ নেতা জি বিদাই, বাথা

কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিয়ে কৰা যুদ্ধ বিৰতিৰ চুক্তিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি অৱশেষত মূল সুঁতিলৈ ঘূৰি আহিছে সংগঠনটোৰ দুগৰাকী…

ৰিনয় বসুমতাৰী · January 22, 2020 10:10 pm