NORTHEAST NOW (Assamese)

Author: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

অসম

কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক

কোকৰাঝাৰৰ এখন আদালতে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক আজি জামিন দিয়ে যদিও তাৰ পাছতে বৰপেটাৰোড থানাত ৰুজু হোৱা আন এক গোচৰত…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · April 25, 2022 5:23 pm
অসম

চিৰাঙৰ আমগুৰি থানাত আত্মসমৰ্পণ ডকাইতি কাণ্ডৰে জড়িত তিনি যুৱকৰ

চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাত শনিবাৰে যমুনাগুৰি ডকাইতি কাণ্ডৰ লগত জৰিত তিনিজন যুৱকে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা যুৱক তিনিজন হৈছে ক্ৰমে মদন…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · April 10, 2022 7:50 am
অসম

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূ-মাফিয়াৰ দপদপনি; বেদখল কৰিলে বিশাল চৰকাৰী ভূমি

কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ পাথৰঘাটত সেনা ছাউনি প্ৰত্যাহাৰ কৰাৰ পিছতে  বিশাল চৰকাৰী ভূমি বেদখল কৰি ভূ-মাফিয়া চন্দন পাল নামৰ ব্যক্তিগৰাকীয়ে  প্ৰশাসনকে অংগুষ্ঠ প্ৰদৰ্শন…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · March 15, 2022 5:37 pm
অসম

ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ দলৰ মাজৰ সংঘৰ্ষত আহত তিনিজন

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰীৰ দৌৰাত্ম বৃদ্ধি পাইছে ৷ যোৱা নিশা বনাঞ্চলখনত চোৰাং চিকাৰীৰ সৈতে বনকৰ্মীৰ দলৰ মুখামুখি সংঘৰ্ষ…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · March 12, 2022 3:08 pm
অসম

বিপিএফৰ দলীয় সভাত বিটিচিৰ শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা

বিটিআৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি তিতাগুৰীত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি তিতাগুৰীৰ ছৌদমশ্ৰী…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · March 6, 2022 10:38 am
অসম

বিপিএফে সোতৰ বছৰে কৰিব নোৱাৰা কাম চাৰি বছৰত কৰি দেখুৱাব প্ৰমোদ বড়োৱে!

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমন্বিতে হাগ্ৰামা এণ্ড কোম্পানীয়ে ইউপিপিএল দলক লক্ষ্য কৰি বিগত কিছুদিন ধৰি দিয়া অভিযোগ সম্পৰ্কীয় মন্তব্যৰ জবাব দিছে ইউপিপিএল…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · February 12, 2022 11:25 am
অসম

হাগ্ৰামাক উভতি ধৰিলে ইউপিপিএলে; ভাতৃঘাতী সংঘৰ্ষৰ মাষ্টাৰ মাইণ্ড বুলি অভিহিত বিপিএফ নেতাগৰাকীক

বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যৱাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে ২০ সংখ্যক বিটিচি চুক্তি দিৱসত দিয়া কেতবোৰ মন্তব্যৰ শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · February 12, 2022 8:12 am
অসম

ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী! ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ

বিপিএফৰ সৈতে বিধানসভাৰ মজিয়াৰ ভিতৰত বিজেপিৰ মিত্ৰতা হোৱাৰ পিছতে ৰাজনৈতিক পট পৰিবৰ্তনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে। মিত্ৰতাৰ পিছতে বড়ো জনগোষ্ঠীৰ পৰা…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · January 30, 2022 7:00 am
অসম

নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

দেওবাৰে নিশা কোকৰাঝাৰত উপস্থিত হোৱা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নগাঁৱত আৰক্ষীয়ে ছাত্ৰনেতাক গুলীওৱা ঘটনা সন্দৰ্ভত কিছু  বিস্ফোৰক মন্তব্য কৰে।…

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · January 24, 2022 7:31 am
অসম

পহিলা মাঘৰ দিনাই কোকৰাঝাৰ চহৰত বৃহৎপৰিমাণৰ মূল্যবান চোৰাং শাল কাঠ জব্দ

আজি পহিলা মাঘ ৷ পহিলা মাঘৰ ব্ৰহ্ম পুৱাতেই বন বিভাগে কোকৰাঝাৰ চহৰৰ ভাটাৰমাৰি পেট্ৰ’ল পাম্পৰ ওচৰত চোৰাং শাল কাঠ ভৰ্তি এখন বাহন …

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ · January 15, 2022 12:13 pm