Author: এন ই নাও নিউজ
প্ৰথম দহটা স্থানৰ ভিতৰত উজলিল বৰপেটা জিলাৰ ৪গৰাকীকৈ শিক্ষাৰ্থী
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা জিলাৰ চাৰিগৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান দখল কৰি সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই…
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত অসমৰ ‘বেগী বলাৰ’ মুখতাৰ হুছেইন
আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান পৰাগৰ পাছত এইবাৰ আন এজন অসম ক্ৰিকেটাৰৰ বাবে গৌৰৱান্বিত হৈছে…
হিমা দাসৰ এথলেটিকছ কেৰিয়াৰ সংকটত!
২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু তাৰ পাছত এছিয়ান গেইমছত ৰূপৰ পদক অৰ্জনেৰে এথলেটিকছ জগতত চাঞ্চল্যৰ সৃষ্টি কৰা অসম কন্যা…
দেশ-বিদেশত বিজয় নিচান উৰুৱাই গুৱাহাটীত যুঁজিবলৈ আহি আছে মেৰীকম
বিগত সময়ছোৱাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাৰ পাছত এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে এখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ছয়বাৰৰ…
ভাগিন ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী ‘মামা’ জুবিনে কি ক’লে?
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰা অসমৰ ৰিয়ান পৰাগৰ প্ৰতিভাক লৈ এতিয়া…
ঐতিহাসিক ইডেনত ৰিয়ানৰ বেটিং পৰাক্ৰমত বিধ্বস্ত কলকাতা নাইট ৰাইডাৰ্ছ
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দৰ্শনীয় ইনিংছ খেলি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰেক্ষাপটত ব্যাপক চৰ্চিত হোৱা অসমৰ ১৭ বছৰীয়া ৰিয়ান পৰাগে দেখুৱালে আন এক…
আজি ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ৰিঙত নামিব পদক নিশ্চিত কৰা শিৱ থাপা
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেৰাহে চতুৰ্থবাৰৰ বাবে পদক নিশ্চিত কৰি প্ৰথমজন ভাৰতীয় বক্সাৰ হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হোৱা অসম সন্তান শিৱ থাপাই প্ৰতিযোগিতাখনৰ…
অসম কন্যা হিমা অবিহনেই পদক জয় মিক্সড ৰিলে ইভেণ্টত
পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হোৱা হিমাই প্ৰতিযোগিতাৰ ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টৰ ভাৰতৰ পদক…
এই পৰ্যন্ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ১২.৩৬ শতাংশ
ৰাজ্যৰ ৪টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই পৰ্যন্ত ১২.৩৬ শতাংশ ভোটাৰে ভোটদান কৰিছে। উল্লেখযোগ্য যে আজি পুৱা ৭…
বৰপেটাত নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ অসন্তুষ্টি
কাইলৈ অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলাৰ ১২১৪টা কেন্দ্ৰৰ বাবে নিয়োজিত প্ৰায় ৬১০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বৰপেটাৰ মাধৱ…