NORTHEAST NOW (Assamese)

Author: উত্তম শইকীয়া

অসম

স্বাধীনতা দিৱসত কাৰ্বি আংলং আৰক্ষীলৈ আৰণ্যকৰ গাড়ী, মটৰচাইকেল প্ৰদান

দেশৰ স্বাধীনতা দিৱসৰ দিনা আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ সহযোগত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কাৰ্বি আংলং জিলা আৰক্ষীক এখন…

উত্তম শইকীয়া · August 15, 2020 11:02 pm
অসম

বোকাখাতৰ যুৱ আৰক্ষী বিষয়া অনুপম গোৱালালৈ ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা

বোকাখাতৰ যুৱক তথা ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালালৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা আগবঢ়োৱা…

উত্তম শইকীয়া · August 15, 2020 8:11 pm
অসম

কাজিৰঙাত পুনৰ মাতৃহাৰা গঁড় পোৱালি উদ্ধাৰ

দেশে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্চৰ সমীপৰ দ গাওঁৰ এখন কাঠনিৰ কাষৰ পৰা এজনী গঁড় পোৱালি উদ্ধাৰ…

উত্তম শইকীয়া · August 15, 2020 5:01 pm
অসম

সাংবাদিকৰ স্বাধীনতা সুৰক্ষাৰ দাবীত বোকাখাতত সাংবাদিকৰ সত্যাগ্ৰহ

ইণ্ডিয়ান জাৰ্নেলিষ্ট য়ুনিয়নৰ আহ্বানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাৰা বােকাখাত মহকুমা সাংবাদিক সংস্থা, বােকাখাত প্রেছ ক্লাব আৰু ইমজাৰ সহযােগত সাংবাদিকৰ স্বাধীনতা ৰক্ষা…

উত্তম শইকীয়া · August 14, 2020 1:00 pm
অসম

বোকাখাতত কাঠ ভৰ্তি ট্ৰাক জব্দ; হেণ্ডিমেন সহ চালকক গ্ৰেপ্তাৰ

উজনি আৰু নামনি অসমক সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ ৰম্যভূমিত পৰিণত হৈছে।…

উত্তম শইকীয়া · August 13, 2020 8:21 pm
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন : সদ্যজাত বিভাগীয় হাতী পোৱালী নামকৰণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিশ্ব হস্তী দিৱস পালন কৰা হয়৷ এই…

উত্তম শইকীয়া · August 12, 2020 6:39 pm
অসম

নৱগঠিত বোকাখাত পৌৰসভাৰ ১০ ৱাৰ্ডৰ প্ৰস্তাৱিত খচৰা প্ৰকাশ

নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হোৱা বোকাখাত পৌৰসভাক ১৯৫৬ চনত গৃহীত অসম পৌৰ নিগম আইনৰ ৪নং দফাৰ ১নং উপদফাৰ খ অনুচ্ছেদ অনুসৰি…

উত্তম শইকীয়া · August 11, 2020 8:44 pm
অসম

জুবিন গাৰ্গক কৃষি এম্বেচাডৰ কৰাৰ ভেকোভাওনা বন্ধ কৰিবলৈ কৃষি মন্ত্ৰীক দাবী কৃষক সংগঠনৰ

বিগত সময়ত আমাৰ কৃষকৰ হেজাৰ হেজাৰ গাহৰি স্বোৱাইন ফিভাৰত মৰাৰ পিচতো ক্ষতিপূৰণৰ নামত কোনো পদক্ষেপ গ্ৰহণ নকৰি কৃষিমন্ত্ৰী অতুল বৰাই কেৱল মাত্ৰ…

উত্তম শইকীয়া · August 10, 2020 3:15 pm
অসম

বোকাখাতত ৰাউণ্ড টেবল ইণ্ডিয়া, জোমাটো ফিডিং ইণ্ডিয়াৰ বান সাহায্য

গুৱাহাটীৰ বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়া আৰু জোমাটো ফিডিং ইণ্ডিয়াৰ সহযোগত আজি বোকাখাত মহকুমাৰ বানাক্ৰান্ত  আলামী অঞ্চলৰ ৰাগদিয়া, মাজগাওঁ, লাকলঙিয়া আৰু মেদক…

উত্তম শইকীয়া · August 9, 2020 8:50 pm
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা; খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে

বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ সময়তে কাজিৰঙাত সংঘৰ্টিত হৈছে এক গঁড় হত্যাৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ নদীপৰীয়া গবৰাই বন শিৱিৰ এলেকাত…

উত্তম শইকীয়া · August 8, 2020 2:16 pm