Author: উত্তম শইকীয়া
‘অসমৰ কোনো স্থানতে আমি বন ধ্বংস কৰি মাইনিং হ’বলৈ নিদিওঁ’ : পৰিমল শুক্লবৈদ্য
কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন কাৰ্যত অনুমতি প্ৰদান কৰাক লৈ অসমজুৰি বিভিন্ন দল-সংগঠন ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পিছতে…
ঘৰত সোমাই আছিল কোভিড-১৯ পজিটিভ ধৰা পৰা বাছচালক, আতংকিত বোকাখাতবাসী
বিহাৰৰ পৰা আহি স্বাস্থ্য পৰীক্ষা নকৰাই ঘৰত সোমাই থকা বোকাখাতৰ এগৰাকী বাছ চালকৰ শৰীৰত আজি কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত নগৰখনৰ লোকসকলৰ…
এবাৰ সুস্থ হৈ উঠাৰ পিছত পুনৰ কোভিড-১৯ত আক্ৰান্ত হ’ল বোকাখাতৰ বন্তি শইকীয়া
বোকাখাতৰ অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া এবাৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছত পুনৰবাৰ কোভিড-১৯ত আক্ৰান্ত হৈছে। জানিব পৰা মতে…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ১৪৪ ধাৰা জাৰি
ৰাজ্যত ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে। যাৰ বাবে অচিৰেই প্লাবিত হ’ব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাত…
নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
নুমলীগড়ৰ বকিয়াল চাহ বাগিচাৰ ২৩ নং বাগানত শুকুৰবাৰে নিশা এজনী হাতীৰ কৰুণ মৃত্যু হয় ৷ দুমাহৰ আগতে অন্য হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা…
দিল্লীত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া গৃহৰাজ্যত উপস্থিত
অৱশেষত বোকাখাতৰ কহঁৰা কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় দিল্লীত কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া আৰু তেওঁলোকৰ…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শুকুৰবাৰে পুৱা এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছে৷ এদিনৰ পূৰ্বে মৃত্যু হোৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো আজি…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ আৰণ্যকৰ গাড়ী প্রদান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুনকৈ গঠন কৰা বিশ্বনাথ বন সংমণ্ডলক দেশৰ অন্যতম বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেশ্যনেল ৰাইন’ ফাউণ্ডেশ্যনৰ সহযোগত এখন গাড়ী প্রদান…
দিল্লীত অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন, অসমলৈ ঘূৰিছে পত্নী আৰু ভতিজাক
দিল্লীৰ লোকনায়ক জয় প্ৰকাশ হাস্পতালত ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু হোৱা অজিত শইকীয়াৰ ১৯ মে’ দিনা উত্তৰ দিল্লীৰ নিগম ব’ড ঘাটৰ শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন…
গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ বাবে শিক্ষানুষ্ঠান নিৰ্বাচন বোকাখাত মহকুমা প্ৰশাসনৰ
শেহতীয়াকৈ বোকাখাতত দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে বোকাখাতৰ নগৰাঞ্চলত তিনিটাকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ পাছত যথেষ্ট পৰিমাণে সতৰ্ক হৈ পৰিছে…