NORTHEAST NOW (Assamese)

মুকলি আকাশৰ তললৈ মহাপ্ৰৱঞ্চক বিশাল ফুকন, এৰাই চলিলে সংবাদ মাধ্যমক

May 3, 2025 7:53 pm · এন ই নাও নিউজ, গুৱাহাটী

মুকলি আকাশৰ তললৈ মহাপ্ৰৱঞ্চক বিশাল ফুকনডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছিল বিশাল। বিশালৰ বিৰুদ্ধে তিনিওটা গোচৰতে জামিন লাভ কৰে। জেলৰ পৰা ওলাই বিশালে এৰাই চলিলে সংবাদ মাধ্যমক।

উল্লেখ্য যে আজিয়েই তাৰ্কিক বৰাও মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে।

দুদিন পূৰ্বে জামিন লাভ কৰিছিল বিশাল-তাৰ্কিকে।

গুৱাহাটীৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব তাৰ্কিক বৰাও।

কাৰাগাৰত এতিয়া অকলে থাকিব লাগিব চুমি বৰা।

Related News