NORTHEAST NOW (Assamese)

Category: অসম

প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক ফেইচবুকত হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ

আনিচুজ জামান · June 19, 2018 9:34 pm

শোণিতপুৰৰ খনামুখত বান, গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৃষক সভাৰ

ঋতুপৰ্ণ চক্ৰবৰ্তী · June 19, 2018 9:13 pm

কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা; তীব্ৰবেগী এল্টৰ খুন্দাত প্ৰাণ গ’ল এজনৰ

ৰিদিপ শৰ্মা · June 19, 2018 9:06 pm

নীলোৎপল-অভিজিত হত্যা : বৰপেটাৰ কয়াকুছি বজাৰ তিনিআলিত মৌন প্ৰতিবাদ-শ্ৰদ্ধাঞ্জলি

আনিছুজ জামান · June 19, 2018 8:55 pm

এতিয়াও আলফাৰ জিম্মাত দীননাথ উপাধ্যায় : পৰেশ বৰুৱাৰ ফটোক সেৱা কৰি মুক্তি দিবলৈ পৰিয়ালৰ কাতৰ আৱেদন

মানস প্ৰতিম গগৈ · June 19, 2018 8:35 pm

খানাপাৰা খেলপথাৰ : মোদীৰ সভাক ‘না’ ক’ব নোৱাৰে অসম কৃষি বিশ্ববিদ্যালয়ে

অনিৰ্বাণ ৰয় · June 19, 2018 8:27 pm

নিজৰ বিশেষভাৱে সক্ষম সন্তানক গোৱালপাৰাৰ ৰাস্তাত পেলাই থৈ অহা পাষাণ পিতৃ-মাতৃক গুৱাহাটীত আটক

অনিৰ্বাণ পাঠক · June 19, 2018 8:27 pm

এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে বানপানী এটা অজুহাত : ৰিপুন বৰা

অণিৰ্বান পাঠক · June 19, 2018 8:04 pm

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত বেআইনী সুৰাৰ ব্যৱসায়ীৰ বিকল্প জীৱিকাৰ বিষয়ত কৰ্মশালা

অভিক চক্ৰবৰ্তী · June 19, 2018 7:31 pm

বানৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি

উত্তম শইকীয়া · June 19, 2018 7:21 pm