হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টাৰ মাজতো শ্বিলঙত অব্যাহত আছে উত্তেজনা

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত আজিও উত্তেজনা অব্যাহত আছে। আনহাতে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে পুনৰ কোনো হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে...

Read moreDetails

চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈ ৰহাৰ টোলগে’ট বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ

ৰহাস্থিত ৰণথলীৰ টোলগে’ট পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ‘ইন্দাৰদ্বীপ’ নামৰ কোম্পানীটোক দায়িত্ব দিয়া বুলি প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰহাৰ...

Read moreDetails

ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ সন্ধানত এইবাৰ দিল্লীত আৰক্ষীৰ অভিযান

প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই...

Read moreDetails

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ ডিমৌ চাৰিআলিত অগপৰ গণ স্বাক্ষৰ অভিযান

কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী  বিধেয়ক -২০১৬ অসমত জাপি দিব বিচৰাৰ প্ৰতিবাদত ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭ জুনৰ পৰা ৰাজ্যজুৰি অগপৰ শংখনাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন...

Read moreDetails

আছুসহ ২৮ সংগঠনৰে আলোচনা : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল বা বিৰোধিতা সম্পৰ্কত কোনো কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত...

Read moreDetails

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি উঃ মাঃ চূড়ান্ত পৰীক্ষাত উজ্বলিল ৰাইদঙীয়াৰ প্ৰদীপ

মনত প্ৰৱল ইচ্ছাশক্তি থাকিলে যে শাৰীৰিক প্ৰতিবন্ধকতায়ো হাৰ মনাব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ৰাইদঙীয়া মধুপুৰ গাঁৱৰ প্ৰদীপ বৰাই। ছাত্ৰজনে বৃহস্পতিবাৰে...

Read moreDetails

নিপাহ ভাইৰাছৰ ভুৱা খবৰত নাম জড়িত কৰা বাবে গোচৰ ৰুজু ডিব্ৰুগড়ৰ চিকিৎসকৰ

ভাৰতত, বিশেষকৈ কেৰালাত ত্ৰাসৰ সৃষ্টি কৰা নিপাহ ভাইৰাছ নামৰ ভাইৰাছবিধৰ বিষয়ে শেহতীয়াকৈ উত্তৰ-পূবত এটা দুষ্টচক্ৰই পৰিকল্পিত অপপ্ৰচাৰ চলাই মানুহক আতংকিত...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰত জোঁৰ সমদল অঃ জাঃ যুঃ ছাঃ পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে আজি ১জুনত নিজ নিজ অঞ্চলত...

Read moreDetails

বোকাখাতত পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন; নতুন সমিতি গঠন, গ্ৰন্থ উন্মোচন

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ৩১ মে'ত সভাৰ নিজা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ দিনজোৰা অধিৱেশনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি...

Read moreDetails
Page 5401 of 5947 1 5,400 5,401 5,402 5,947

Stay Connected

Recent News