মেজৰ লিটুল গগৈক ‘ফেচবুক ফ্ৰেইণ্ড’, আগতেও লগ পাইছিল বুলি স্বীকাৰ কাশ্মীৰৰ ছোৱালীজনীৰ

বুধবাৰে এখন হোটেলৰ পৰা মেজৰ নীতিন লিটুল গগৈৰ সৈতে আটক কৰা কাশ্মীৰি ছোৱালীজনীয়ে ন্যায়িক দণ্ডাধীশৰ আগত প্ৰকাশ কৰিছে যে তেওঁ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক : জেপিচিৰ বৈঠক বাতিল, আগন্তুক অধিৱেশনত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন

নাগৰিকত্ব সংশোধনী বিধেয়কখন পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ শুকুৰবাৰে আয়োজন কৰা বিশেষ বৈঠকখন শেষ মুহূৰ্তত বাতিল কৰা হয়। মূলত:...

Read moreDetails

মুখ্য মন্ত্ৰীক কটু সমালোচনা কৰা বাবেই নাবালকক জে’ললৈ প্ৰেৰণক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বাক-বিতণ্ডা

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীকে ধৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটু ভাষাৰে সমালোচনা কৰি য়ু টিউবত ভিডিঅ’ আপল’ড কৰা...

Read moreDetails

লুইতৰ বুকুৰ ‘লহৰে চাপৰি’ত সামূহিক গৃহৰ আধাৰশিলা স্থাপন কৰিলে বন বিভাগে

বোকাখাত মহকুমাৰ মাজুলী ( Majuli )ৰ সীমাত, ব্ৰহ্মপুত্ৰৰ বুকুৰ লহৰ চাপৰিত আজি ২৫ মে’ত এটা সামূহিক গৃহৰ আধাৰশিলা স্থাপন কৰা...

Read moreDetails

বৰপেটাত মেট্ৰিকত অনুত্তীৰ্ণ হোৱাত আত্মহত্যাৰ পথ গ্ৰহণ ছাত্ৰীৰ

সমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলক লৈ এক আনন্দময় পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে আজি বৰপেটা জিলাৰ...

Read moreDetails

৮৯ বছৰ বয়সত দেহাৱসান দক্ষিণ কামৰূপ, গোৱালপাৰা জিলাৰ প্ৰথম সাংবাদিক খগেন বায়নৰ

দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰথম গৰাকী সাংবাদিক খগেন বায়নৰ  বাৰ্ধক্য জনিত কাৰণত আজি ২৫ মে’ৰ পুৱা নিজ বাসগৃহত মৃত্যু...

Read moreDetails

শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও ভৰিৰে লিখিয়েই মেট্ৰিকত প্ৰথম বিভাগ লাভ হোজাইৰ জেবিন কৌছাৰৰ

প্ৰতিবন্ধী আৰু দৰিদ্ৰতাক নেওচি হোজাইৰ মোৰাঝাৰৰ জেবিন কৌছাৰে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ...

Read moreDetails

২৬ মে’ৰ পৰা পাঁচ দিনীয়াকৈ গুৱাহাটীত এ বি ভি পিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক

সুদীৰ্ঘ ২৯ বছৰৰ পাছত গুৱাহাটীত অনুষ্ঠিত হ’ব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদ তথা কেন্দ্ৰীয় কাৰ্য সমিতিৰ বৈঠক। ২৬...

Read moreDetails

শিক্ষা মন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি : ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ পিছ পৰি ৰৈছে চৰকাৰী বিদ্যালয়!

চৰকাৰী খণ্ডৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ ফলাফল ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ তুলনাত দিনক দিনে পিছ পৰি অহা যেন অনুভব হৈছে। এই ছবি...

Read moreDetails

দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনসহ ৮৭.৩৩ শতাংশ নম্বৰেৰে উজলিল গৌৰীসাগৰৰ লক্ষ্যজ্যোতি

শিক্ষাৰ ক্ষেত্ৰত যে আৰ্থিক দৈন্য অন্তৰায় হব নোৱাৰে আৰু তাক প্ৰমাণ কৰিলে গৌৰীসাগৰৰ এগৰাকী ছাত্ৰই। গৌৰীসাগৰৰ কাষৰ দুৰ্লভ চন্দ্ৰ গগৈ...

Read moreDetails
Page 5428 of 5946 1 5,427 5,428 5,429 5,946

Stay Connected

Recent News