Popular Stories মুক্তি পালে Dabangg 3ৰ প্ৰথমখন মোচন পিক্সাৰ – সৰ্বত্ৰে এতিয়া চৰ্চা Dabangg 3ৰ September 11, 2019 12:15 pm সম্পূৰ্ণ ১০০ দিন আগেয়ে ছলমান খানে মুকলি কৰে Dabangg 3 বোলছবি খনৰ ১৭ ছেকেণ্ড দীৰ্ঘৰ এটা ক্লিপ। ১৭ ছেকেণ্ড দীৰ্ঘৰ এই ক্লিপটোত ছলমান খানক এক নতুন Dabangg ৰুপত দেখিবলৈ পোৱা যায় । ছলমান খানৰ শব্দত দূৰৰ পৰা ভাহি আঁহে – “Swagat toh karo hamara,”. ← Previousমাজুলীৰ টুনী নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ Next →সংবাদমেলত ৰিপুণ বৰাৰ কটাক্ষ, “বিজেপিয়ে এতিয়া কিয় NRC-ৰ… You may also like Popular Stories মেৰুদণ্ডহীন নহয় সকলো; কুলবিন্দৰ কৌৰক উদ্দেশ্যি সংগীতজ্ঞ বিশাল দাদলানীৰ মন্তব্য-‘হিংসাৰ বিৰোধিতা কৰোঁ কিন্তু মই তোমাৰ সৈতে আছোঁ’ ৬ জুনত চণ্ডীগড় বিমানবন্দৰত কংগনা ৰানাৱটক চৰ মৰা বুলি অভিযোগ উত্থাপন কৰা চিআইএছএফৰ জোৱানগৰাকীক সহায় কৰাৰ প্ৰস্তাৱ দিছে গায়ক-সুৰকাৰ বিশাল দাদলানীয়ে।বিশালে নিজৰ… এন ই নাও নিউজ, গুৱাহাটী · June 7, 2024 6:50 pm Popular Stories পঢ়া-শুনাত একেবাৰে মন নবহে? চাণক্যৰ মতে এই ৪টা ভুলৰ বাবেই ছাত্ৰ জীৱনত অসম্পূৰ্ণ হৈ ৰয় সফলতা আচাৰ্য চাণক্যৰ মতে শিক্ষা অবিহনে সফলতা লাভ কৰিব নোৱাৰি। ছাত্ৰজনৰ ভৱিষ্যত সুন্দৰ আৰু মসৃণ কৰিবলৈ এইবোৰ কথা মনত ৰখা উচিত। ‘সেইবোৰ কি… এন ই নাও নিউজ, গুৱাহাটী · May 2, 2023 7:03 am Popular Stories ৰাজ্যত পুনৰ ৮৩ গৰাকী কোভিড১৯ আক্ৰান্ত ব্যক্তিক চিনাক্ত : আক্ৰান্তৰ সংখ্যা ২৭৭৬ লৈ বৃদ্ধি ৰাজ্যত বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা৷ এই মুহূৰ্তত ৰাজ্যত ৮৩ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ৷ ইপিনে সমগ্ৰ ৰাজ্যত এতিযালৈ মুঠ ক’ৰ’না আক্ৰান্ত… দীপজ্যোতি শৰ্মা · June 8, 2020 6:38 pm Popular Stories ভাৰতৰ ক’ভিড যুদ্ধ : অনুৰাগীক বৰঙনি যোগাবলৈ আহ্বান আমেৰিকাৰ এই দুগৰাকী জনপ্ৰিয় পপষ্টাৰৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় পপষ্টাৰ কেটী পেৰী আৰু কেমিলা কেবেল্ল’ই তেওঁলোকৰ অনুৰাগীসকললৈ এক বিশেষ আহ্বান জনাইছে। ভাৰতৰ ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে… এন ই নাও নিউজ · May 2, 2021 4:55 pm