NORTHEAST NOW (Assamese)
অসম

ধোনীৰ বডিগাৰ্ডৰ ৰূপত দীৰ্ঘদিনৰ বান্ধৱী, হেয়াৰষ্টাইলিষ্ট ||ভাইৰেল Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 4:16 pm
Dhoni's hairstylist Sapna Bhavnani turns bodyguard for him

ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনীৰ হেয়াৰষ্টাইলিষ্ট স্বপ্না ভাবনানিয়ে খেলুৱৈগৰাকীৰ বডিগাৰ্ডৰ ভূমিকা লোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে।

ধোনীৰ দীৰ্ঘদিনৰ বান্ধৱীগৰাকীয়ে বাকী বডিগাৰ্ডসকলৰ দৰেই অনুৰাগীৰ ভিৰৰ মাজত খেলুৱৈগৰাকীক আগবঢ়াই নিয়া দেখা গৈছে।

মহাৰাষ্ট্ৰৰ থানেত এক অনুষ্ঠানত ভাগ ল’বলৈ যোৱা ধোনীক বহু অনুৰাগীয়ে আগুৰি ধৰিছিল।

হেয়াৰষ্টাইলিষ্ট ভাবনানিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ’টো চেয়াৰ কৰিছে।

 

View this post on Instagram

 

90% Security 10% Hair 500% Fangirl #captainsaab #msdhoni #dhoni #sapnabhavnani #madowothair #dhonieverywhere

A post shared by सिंध जी शहज़ादी (@sapnamotibhavnani) on

লগতে পঢ়ক–  ক্ৰিকেটৰ পথাৰলৈ ধোনীৰ বহু প্ৰত্যাশিত পুনৰাগমন