NORTHEAST NOW (Assamese)
Popular Stories

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 3:37 pm

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃতুৰ খৱৰ সহজে ল’ব পৰা নাই অনুৰাগীয়ে। গুণমুগ্ধৰ মাজত কান্দোনৰ ৰোল।

স্কুভা ড্রাইভিং কৰিবলৈ গৈ সাগৰত পৰিছিল জুবিন গাৰ্গা

আছাম এছচিয়েছনৰ এটা দলৰ সৈতে স্কুভা ড্রাইভিঙলৈ গৈছিল জুবিন গাৰ্গা

ছিংগাপুৰলৈ নৰ্থইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন।

জুবিনৰ স্বাস্থ্যৰ বৰ পোৱা মাত্রকেই ছিংগাপুৰলৈ ৰাওনা হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ