NORTHEAST NOW (Assamese)
Popular Stories

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2025 11:48 am
ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

পোলেণ্ডৰ ইগা ছুয়াটেকে ২০২৫ চনৰ ১২ জুলাইত উইম্বলডনত অনুষ্ঠিত হোৱা মহিলাৰ ব্যক্তিগত শাখাৰ ফাইনেলত জয়লাভ কৰে।আমেৰিকাৰ আমাণ্ডা এনিছিমোভাৰ বিৰুদ্ধে এঘণ্টাৰো কম সময়তে অতি দ্ৰুতগতিত ৬-০, ৬-০ পইণ্টত জয়লাভ কৰে। এইটোৱেই আছিল ইগাৰ প্ৰথম উইম্বলডন জয় আৰু ষষ্ঠটো উল্লেখনীয় ট্ৰফী।

২৪ বছৰীয়া ইগাই এই জয়েৰে তেওঁ উইম্বলডন জয় কৰা প্ৰথমগৰাকী পোলেণ্ডৰ মহিলা হিচাপে পৰিগণিত হয়।