NORTHEAST NOW (Assamese)
Popular Stories

IRCTCএ আজিৰ পৰা আৰম্ভ কৰিছে সকলো বিশেষ ৰে’লৰ যাত্ৰীৰ বাবে তৎকাল টিকটৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 6:38 pm
1-360

IRCTCএ আজিৰ পৰা সকলো বিশেষ ৰে’লৰ বাবে মুকলি কৰিছে তৎকাল টিকটৰ ব্যৱস্থা।

দেশত বৰ্তমানে চলি থকা ২৩০ খন বিশেষ ৰ’লেৰ যাত্ৰীৰ বাবে এই তৎকাল টিকট উপলব্ধ হ’ব।

চেন্ট্ৰেল ৰ’লৱেৰ পি আৰ অ’ শিৱৰাজ চুটাৰে কালি নিজৰ টুইটাৰ একাউন্টত এই কথা ঘোষণা কৰিছে।

তৎকালত ভ্ৰমণ কৰিব খোজা সকলো যাত্ৰীয়ে যাত্ৰা কৰাৰ দিনা বাৰ্তানুকূলৰ বাবে পুৱা ১০ বজাৰ পৰা যাত্ৰা কৰাৰ আগ মুহূৰ্তলৈকে আৰু শয়ন কক্ষৰ বাবে পুৱা দিনৰ ১১ বজাৰ পৰা যাত্ৰাৰ আগ মুহূৰ্তলৈকে টিকট বুক কৰিব পাৰিব।

যাত্ৰীসকলে IRCTCএ ৱেবটাইট আৰু এন্ড্ৰইড এপত গৈয়ো টিকট বুকিং কৰিব পাৰিব যাত্ৰীসকলে।