NORTHEAST NOW (Assamese)
Uncategorized

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2022 11:57 am
khanapara teer result

ধনুৰ্বিদ্যাৰে আধাৰিত  খানাপাৰা তীৰো শ্বিলং তীৰৰ দৰেই মেঘালয়ৰ এক অত্যন্ত জনপ্ৰিয় খেল। এই খেলৰো ফলাফলৰ বাবে সন্ধিয়ালৈ হাজাৰ হাজাৰ লোক অধীৰ আগ্ৰহৰে বাট চাই থাকে।

Khanapara Teer Result Today :

ধনুৰ্বিদ্যাৰ আধাৰত মেঘালয়ৰ ৰি ভয় জিলাৰ খানাপাৰাত সোমবাৰৰ পৰা শনিবাৰলৈ এই তীৰ খেল খেলা হয়।

খাচী হিলছ আৰ্চাৰী স্পৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই খানাপাৰা তীৰ খেল য’ত ১২ টা আৰ্চাৰী ক্লাৱ আছে।

Date

FR(04:00PM) SR(04:30PM)
02-07-2022 72

54

এই তীৰ খেলখন দেওবাৰে বন্ধ থাকে।

খানাপাৰা তীৰৰ প্ৰথম ৰাউণ্ডৰ ফলাফল বিয়লি ৪:০০ বজাত আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফল বিয়লি ৪:৩০ বজাত ঘোষণা কৰা হয়।

খানাপাৰা তীৰৰ আজিৰ ফলাফল সমূহ চাওঁক

পৃথিৱীৰ যিকোনো ঠাইৰ পৰা খানাপাৰা তীৰৰ খেলুৱৈসকলে ফলাফল প্ৰাপ্ত কৰিব পাৰে।

যদি আপুনি  খানাপাৰা তীৰৰ ফলাফল দৈনন্দিন হিচাপত লাভ কৰিব বিচাৰে, www.assam.nenow.in  হৈছে এখন সৰ্বোত্তম মঞ্চ।

যথা সময়ত তীৰ খেলৰ ৰিজাল্টবোৰ www.assam.nenow.in ত আপডেট কৰা হ’ব।

খানাপাৰা তীৰৰ বাবে টিকট বা কুপন ৰাজ্যজুৰি ৫৫০০ ৰো অধিক টিকট কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰি।

স্বীকৃতিপ্ৰাপ্ত কাউণ্টাৰবোৰে দেওবাৰক বাদ কৰি সকলো দিনতে পুৱা ১০ বজাৰ পৰা আবেলি ৩:৩০ বজাৰ ভিতৰত টিকট জাৰী কৰে।

ই কেনেদৰে কাম কৰে?

Also Read: Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

খানাপাৰা তীৰৰ বাবে ইচ্ছুকসকলে ০ ৰ পৰা ৯৯ লৈকে এটা সংখ্যা অনুমান কৰে। এই খানাপাৰা তীৰ খেলাৰ কৌশল অতি সহজ।

ধনুৰ্বিদসকলে এই খেলত অংশগ্ৰহণ কৰে আৰু এটা লক্ষ্যত আঘাত কৰে।  লক্ষ্যত আঘাত কৰা মুঠ কাড়ৰ সংখ্যাৰ অন্তিম দুটা অংক হৈছে মেজিক বা বিজয়ী সংখ্যা।

পূৰ্বানুমান কৰা দুটা সংখ্যা মিলিলে সেইজনকে বিজয়ী বুলি ধৰা হয়।

যিহেতু খানাপাৰা মেঘালয়-অসমৰ আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত, অসমৰ বহুলোকেও খানাপাৰা তীৰৰ খেলত অংশগ্ৰহণ কৰে।

Also read : Health Tips: সুস্বাস্থ্যৰ বাবে আমি কেতিয়া খোজ কাঢ়িব লাগে?