NORTHEAST NOW (Assamese)
Popular Stories

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2023 9:26 am

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা- ২০২ ৰ ফলাফল।

ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-সংকল্পজিৎ শইকীয়াই

তেওঁ মুঠ ৪৯০ নম্বৰ লাভ কৰিছে।

দ্বিতীয় স্থানত আছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ দিয়া মহন্ত

তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৪৮৮

তৃতীয় স্থান লাভ কৰিবলৈ ইনষ্টিটিউশ্যনেল প্ৰাইভেট শিক্ষাৰ্থী- শ্ৰেয়া সৰকাৰ

তেওঁৰ মুঠ নম্বৰ হৈছে ৪৮৭

চতুৰ্থ স্থানত আছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-ছুক্লেনমুং চেতিয়া।

তেওঁৰ মুঠ নম্বৰ হৈছে ৪৮৬

পঞ্চম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-শ্বেখ ছানিয়া তচনিম ৰহমান

তেওঁ মুঠ নম্বৰ পাইছে ৪২।

ষষ্ঠ স্থানত পাইছে শংকৰদেব একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল)নলবাৰীৰ- কাব্যশ্ৰী শৰ্মা

তেওঁ মুঠ নম্বৰ পাইছে ৪৮

সপ্তম স্থান লাভ কৰিছে কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বৰপেটাৰ- কস্মিতা শৰ্মা।

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-শ্বনম শইকীয়া।

তেওঁলোকে মুঠ নম্বৰ পাইছে- ৪৮০।

অষ্টম স্থান লাভ কৰিছে আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ- প্ৰতীক্ষা ভূঞা,

আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ- দৃষ্টি এন জি বৰ্মন

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-জেৰিফা আহমেদ।

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯

নৱম স্থানত পাইছে আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ-কাব্যশ্ৰী দাস।

তেওঁৰ মুঠ নম্বৰ হৈছে- ৪৭৭

দশম স্থান লাভ কৰিছে কনচেপ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-ক্ৰিষ্টিনা দেৱী

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁ-মৃন্ময় কুমাৰ বৰা।

তেওঁলোকে মুঠ নম্বৰ পাইছে- ৪৭৬