NORTHEAST NOW (Assamese)
অসম

মেট্ৰিকৰ ফলাফল চাবলৈ ছেবাৰ ১৪ টা ৱেবছাইট মুকলি

Posted by: এন ই নাও নিউজ May 6, 2019 7:57 am

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা)ৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ১৫ মে’ত ঘোষণা কৰা হ’ব। পুৱা ৯ বজাত পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব। ১১ বজাৰ পৰা বিদ্যালয়সমূহে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল চাব পৰাকৈ ছেবা কৰ্তৃপক্ষই ১৪ টা ৱেবছাইট মুকলি কৰিছে।

ছেবা কৰ্তৃপক্ষই মুকলি কৰা এই ১৪ টা বেৱছাইট তলত দিয়া হৈছে।

1. results.sebaonline.org
2. resultsassam.nic.in
3. www.examresults.net
4. www.examresults.net/assam/
5. www.indiaresults.com
6. exametc.com
7. iresults.net
8. yesresult.com
9. www.result.shiksha
10. www.assam.shiksha
11. www.assamonline.in
12. assamjobalerts.com
13. assamresult.in
14. SEBA – Mobile App

এই ৱেবছাইট কেইটাৰ উপৰিও SMS যোগেও পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব পাৰিব।