NORTHEAST NOW (Assamese)
Popular Stories

৬৫,০০,০০০ টকা এবটলৰ দাম! পৃথিৱীৰ আটাইতকৈ দামী পানীবোৰৰ বিষয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 12:51 am
Most expensive water in the world which will drain your bank account

বেভাৰ্লি হিলছ 9H2O বিলাসী কালেক্সন দায়েমন্দ সংস্কৰণ

দাম– প্ৰতি বটলত ৬৫,00,000 টকা

View this post on Instagram

A post shared by Beverly Hills 9OH2O / 90H20 (@beverlywater)

বটলে প্ৰতি ১০০,০০০ এমেৰিকান ডলাৰ মূল্যৰে বেভাৰ্লি হিলছ 9OH20 বিলাসী কালেক্সন দায়েমন্দ সংস্কৰণ হৈছে পৃথিৱীৰ আটাইতকৈ দামী পানী।

সঠিক কাৰণতে। কাৰণ, পানীখিনি সংগ্ৰহ কৰা হৈছে চিয়েৰা নেভাদা পৰ্বতৰ নিজৰাৰ পৰা। বেভাৰ্লি হিলছৰ এই এক্সক্ল্যুছিভ কালেক্সনত বটলটোৰ ভিতৰত আছে খনিজ আৰু পুষ্টিকৰ উপাদান। আচল অৰ্থত মিনাৰেল এই অতি দামী পানীখিনি আহে প্ৰসিদ্ধ ডিজাইনাৰ মাৰিঅ’ পেদিলাই ডিজাইন কৰা বটলত আৰু ইয়াৰ ১৪ কেৰেট বগা সোণৰ সাঁফৰটো ছশ বগা হীৰা আৰু দুশ পঞ্চাছ টুকুৰা ক’লা হীৰা খচিত।

আৰু কেৱল দামেই এই মিনাৰেল পানীৰ বটলটোৰ সংজ্ঞাদায়ী বৈশিষ্ট্য নহয়। ৰেচমী মোলায়েম আৰু অবিশ্বাসযোগ্যভাৱে ক্ৰিস্প টেকচাৰ আৰু পাতল সোৱাদৰ সুবাদত এই বেভাৰ্লি হিলছ 90H20 বিলাসী কালেক্সন দায়েমন্দ সংস্কৰণ বিশ্বৰ শ্ৰেষ্ঠ পানী সন্মানৰো বিজয়ী।

 

একুৱা দি ক্ৰিস্তাল’ ত্ৰিবুত’ এ মদিগ্লিয়ানি

দাম– ৩৫,৫০,০০০/ ৭৫০ মিঃ লিঃ

একুৱা দি ক্ৰিস্তাল’ ত্ৰিবুত’ এ মদিগ্লিয়ানিও বিশ্বৰ এবিধ সৰ্বাধিক খৰচী পানী কাৰণ ২০১০ চনৰ এটা নিলামত মহৌষধ বুলিব পৰা এইবিধ পানীৰ একোটা বটল আশ্চৰ্য্যকৰ ৬০,০০০ এমেৰিকান ডলাৰত বিক্ৰী হৈছিল। আইচলেন্দৰ হিমবাহ আৰু ফ্ৰান্স আৰু ফিজি দ্বীপৰ প্ৰাকৃতিক নিজৰাৰ পানীৰ উৎকৃষ্ট এই সংমিশ্ৰণ ফাৰ্নান্দ’ আল্তামিৰান’ৱে ডিজাইন কৰা এটা ২৪ কেৰেট সোণৰ বটলত থাকে।

বটলটোৱে প্ৰদৰ্শন কৰা চমৎকাৰিতালৈ এবাৰ চাওক আৰু আপুনি লগে লগে বুজি পাই যাব কিয় ই ইমান দাম দাবী কৰে। কিন্তু কেৱল পেকেজিঙেই সোণালী নহয়, পানীখিনিও সোণৰ—ইয়াত আছে সঁচাসচি পাঁচ মিলিগ্ৰাম সোণৰ ধূলি।

 

ক’না নিগাৰি ৱটাৰ

দাম– ২৮,০০০/ ৭৫০ মিঃ লিঃ

এছীয় দেশ জাপানৰ ক’না নিগাৰি এটা অন্যতম দামী পানীৰ ব্ৰেণ্ড যি পেকেজিঙতকৈ উৎপাদনটোৰ ওপৰত অধিক মনোনিৱেশ কৰে। বিশুদ্ধ আৰু লৱণমুক্ত কৰা গভীৰ সমুদ্ৰৰ পানীবিধ এনে পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ যি একে অনন্যভাৱে হাইদ্ৰে’টিং আৰু লগতে মানৱ স্বাস্থ্যৰ কাৰণে বিপুলভাৱে উপকাৰী।

হাৱাই উপকূলত প্ৰশান্ত মহাসাগৰৰ ২০০০ ফুট তলৰ এটা দ্বীপৰ পৰা সংগ্ৰহ কৰা ক’না নাগেৰি পানী আটাইতকৈ অত্যুৎকৃষ্টভাৱে প্ৰাকৃতিক গভীৰ মহাসাগৰীয় ইলেকত্ৰ’লাইটেৰে সমৃদ্ধ। চাপ হ্ৰাসৰ পৰা ওজন কমোৱাকে ধৰি আপোনাৰ ছালৰ উপকাৰ সধালৈকে ক’না নাগেৰি পানীৰ চৰ্ম চিকিৎসক আৰু স্বীকৃতিপ্ৰাপ্ত ছালৰ বিশেষজ্ঞসকলেও পৰামৰ্শ দিয়ে।

 

ফিলিক’

দাম– ১৫,১০০ প্ৰতি লিটাৰ

View this post on Instagram

A post shared by FILLICO (@fillico_official)

ইয়াৰ এক্সক্ল্যুছিভ বিলাসী পানীয় ফিলিক’ জুৱেল্ৰি পানীৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দামী পানীৰ তালিকাত নিজৰ উপস্থিতি অনুভৱ কৰোওৱা আন এটা জাপানী নাম হৈছে ফিলিক’। উৎকৃষ্টভাৱে গঢ়া, জলমল বিলাস বিয়পোৱা ছোৱৰভস্কি-খোদিত কাঁচৰ বটলৰ মাজেদি এই পানী জিলিকি থাকে।

জাপানৰ ক’বে অঞ্চলৰ এটা নিজৰাৰ পৰা এই ফিলিপ’ পানী সংগ্ৰহ কৰা হয় আৰু ইয়াৰ এটা সঞ্জীৱনী সোৱাদ আছে। এই বটলৰ সৈতে ডবা খেলৰ ৰজা আৰু ৰাণী গুটিকেইটাৰ সাদৃশ্য আছে; সোণালী মুকুট-সজ্জিত এই বটল এক উচ্চ ৰাজকীয় কিন্তু জ্ঞানগৰ্ভী ৰূপৰ প্ৰেৰণা দিয়ে।

 

বাৰ্গ ৱটাৰ

দাম– ১২৫০০/ ৭৫০ মিঃ লিঃ

 

স্বালবেৰ্দি

দাম– ১১৪৫০ টকা প্ৰতি লিটাৰ

View this post on Instagram

A post shared by Svalbarði Polar Iceberg Water (@svalbardiiceberg)

 

নেৱাচ

দাম– ১৩,১০০ প্ৰতি লিটাৰ

View this post on Instagram

A post shared by NEVAS Water (@nevaswater)

 

ব্লিং H2O

দাম– ২৪০০ টকা/ ৭৫০ মিঃ লিঃ

View this post on Instagram

A post shared by Bling Water (@blingh2o)

হলিউদি লেখক-প্ৰযোজক কেৱিন জি বয়দৰ মানস-পুত্ৰ ব্লিং H2Oই চিলেব্ৰিটিসকলে তেওঁলোকৰ জীৱনৰ প্ৰত্যেক দিশতে আধিপত্য বজাই ৰখা স্পটলাইটৰ পৰা লাভ আৰ্জিবলৈ চেষ্টা কৰে। তেনিছি অঞ্চলৰ নিজৰাৰ পানী বিশুদ্ধ কৰা হয় আৰু স্বৰভস্কি স্ফটিকো খচিত কাঁচৰ বটলত পেক কৰা হয়।

ব্লিং H2O ব্ৰেণ্ডৰ ছুপাৰ এক্সল্যুছিভ পানী এম টি ভি ভিডিঅ’ মিউজিক এৱৰ্দ আৰু টেলিভিজনৰ সৰ্ববৃহৎ ইভেণ্ট দ এমি’জতো উপস্থাপিত হৈছে। ব্লিং H2Oই উৎকৃষ্ট সোৱাদৰ পানী উৎকৃষ্ট ৰূপত কেৱল সেইসকল উপভোক্তাৰ কাৰণে পেক কৰে যিসকলে জকমকনি তোলে!

 

ৱীন

দাম– ১৫৯০ টকা/ ৭৫০ মিঃ লিঃ

View this post on Instagram

A post shared by VEEN (@veen.official)

ৱীন পানীক গ্ৰহটোৰ আটাইতকৈ বিশুদ্ধ পানীৰূপে ধৰা হয়। ইয়াৰ আদিভূমি ফিনিশ্ব লাপলেণ্ড বা নিৰ্মলভাৱে শান্ত ভুটানৰ এই পানীৰ ব্ৰেণ্ডত খনিজ উপাদান কম কিন্তু ই অতি মসৃণ। বিশ্বৰ আটাইতকৈ সতেজ আৰু বিশুদ্ধ বুলি দাবী কৰা পানীখিনি পাবলৈ প্ৰাকৃতিক নিজৰাৰ পানী এডোখৰ বৰফৰ মাজেদি চেকা হয়। চূড়ান্তভাৱে হাইদ্ৰে’টিং আৰু লগতে নাইত্ৰে’টৰ দ্বাৰাও অপ্ৰভাৱিত এই পানী পানীখিনিৰ দৰেই সুন্দৰ ৰূপ আৰু অনুভৱ সমৃদ্ধ এটা এক্সক্ল্যুছিভ কাঁচৰ সজ্জাত বটলীকৰণ কৰা হয়।

 

ইলুলিয়াক

দাম– ৩৫০০ টকা/ ৭৫০ মিঃ লিঃ

 

 

ৱি অ’ এচ এচ

 

View this post on Instagram

A post shared by VOSS Water (@vossworld)

একুৱাডেক’

দাম– ৮০০ টকা/ ৭৫০ মিঃ লিঃ

 

লাকুৱেন আৰ্তি মিনাৰেল পানী

দাম– ৩৬০ টকা/ ৭৫০ মিঃ লিঃ

ফাইন

দাম– ৩০০ টকা/ ৭৫০ মিঃ লিঃ

 

 

তাছমেনিয়ান ৰেইন

দাম– ৩০০ টকা/ ৭৫০ মিঃ লিঃ

 

 

ইভিয়ান ৱটাৰ

দাম– ৬০০ টকা

https://www.instagram.com/p/B0A4optgyeE/?utm_source=ig_embed

 

 

ৱিছগে’ চ’ৰ্চ

দাম– ৪২০০ টকা প্ৰতি লিটাৰ

 

 

লফ’তেন

দাম– ৩৮৬০ প্ৰতি লিটাৰ

View this post on Instagram

A post shared by Lofoten Arctic Water (@lofotenarcticwater)