NORTHEAST NOW (Assamese)

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

May 12, 2025 5:36 pm · এন ই নাও , গুৱাহাটী
Updated: May 12, 2025 5:37 pm

ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত সংঘাতৰ বাবে দেশবাসী উদ্বিগ্ন হৈ আছে। বিগত কেইদিনৰ উত্তেজনাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব।

ভাৰত আৰু পাকিস্তানৰ মাজৰ এই সংঘাতৰ বাবে দেশবাসী উদ্বিগ্ন হৈ আছে। এই সংঘাতে অধিক ভয়াৱহ ৰূপ লোৱাৰ আগতেই শনিবাৰে দুয়োটা দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। বিগত কেইদিনৰ উদ্বেগৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব।

Related News