NORTHEAST NOW (Assamese)
অসম

জিঅ’ৰ প্ৰিপেইড গ্ৰাহকলৈ বিশেষ অ’ফাৰ, চাওক কি এই সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 8:35 pm
Reliance Jio customers can now avail one-year complimentary Disney+ Hotstar VIP subscription: Know how

ৰিলায়েন্স জিঅ’ই ইয়াৰ প্ৰীপেইড গ্ৰাহকসকললৈ এক বিশেষ অ’ফাৰ আগবঢ়াইছে।

এই অ’ফাৰ হৈছে Disney+ Hotstar VIP চাবস্ক্ৰাইব কৰাৰ সুবিধা।

অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম Disney+ Hotstar VIPএ হটষ্টাৰ স্পেচিয়েল, লাইভ স্প’ৰ্টিং এক্সন, বলিউড, হলিউড চিনেমাকে ধৰি বিভিন্ন মনোৰঞ্জনৰ অনুষ্ঠান চাব পাৰি।

অ’ফাৰটো অনুসৰি, ৪০১ টকাৰ পৰা প্ৰীপেইড গ্ৰাহকসকলে এবছৰৰ বাবে ৩৯৯ টকাৰ Disney+ Hotstar VIP চাবস্ক্ৰিপচন ল’ব পাৰিব।

নিৰ্দিষ্ট মাহিলী পেক, বাৰ্ষিক পেক আৰু এড অন ডেটা পেক বাচি লোৱা প্ৰীপেইড গ্ৰাহকসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰে।

জিঅ’ৰ ৪০১ মাহিলী প্লেনটোত ২৮ দিনৰ বাবে ৯০জিবি ডেটা, আনলিমিটেড ভইচ কলিং আৰু জিঅ’ এপসমূহত প্ৰৱেশৰ সুবিধা পোৱা যায়।

Disney+ Hotstar অ’ফাৰটো জিঅ’ৰ ২৫৯৯টকাৰ বাৰ্ষিক প্লেনটো উপলব্ধ।

২৫৯৯ টকাৰ প্লেনটোত ৩৬৫ দিনৰ বাবে ৭৪০জিবি ডেটা, আনলিমিটেড ভইচ কলিং আৰু জিঅ’ এপত প্ৰৱেশৰ সুবিধা পোৱা যায়।