NORTHEAST NOW (Assamese)
দেশ

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2022 2:20 pm
ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ ৰ খিতাপ অৰ্জন কৰিছে কৰ্ণাটকৰ চিনি চেট্টীয়ে।

ৰাজস্থানৰ ৰুবাল শ্বেখাৱত প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ-আপ আৰু উত্তৰ প্ৰদেশৰ শিনাতা চৌহান দ্বিতীয় ৰানাৰ-আপ হিচাপে মনোনীত হয়।

বলীউডৰ অভিনেতা ডিনো মৰিয়া, নেহা ধুপিয়া আৰু মালাইকা অৰোৰা, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কৰিঅ’গ্ৰাফাৰ চিয়ামাক দাভাৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ ফিনালেৰ জুৰী পেনেলৰ অংশ আছিল।

মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ ৰ চূড়ান্ত বিজয়ী  চিনি চেট্টী   

 

প্ৰথম ৰানাৰ-আপ ৰুবাল শ্বেখাৱত

 

দ্বিতীয় ৰানাৰ-আপ শিনাতা চৌহান

 

জুৰী পেনেলৰ অন্যতম সদস্য নেহা ধুপিয়া 

 

সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ কৃতী ছেনন