NORTHEAST NOW (Assamese)

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এজন ব্যক্তিক অগ্ৰিম জামিন দি কয় যে যদি কোনো অভিযুক্তৰ বিৰদ্ধে ঋণাত্মক প্ৰমাণ পোৱা নাযায় তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে অভিযুক্ত ব্যক্তিয়ে তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰীক সহযোগ কৰা নাই।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ উজ্জ্বল ভূঞা এই কথাটো সহজভাৱে বুজাই দিয়ে। বিচাৰপীঠে কয় যে, আৰক্ষীয়ে একো ভুল বিচাৰি নাপালে বুলিয়েই প্ৰমাণ নহয় যে ব্যক্তিজনে তদন্তত সহায় কৰা নাই।

Related News