NORTHEAST NOW (Assamese)

Tag: Assam Election

অসম

গোলাঘাটত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ; পুৱা ৬ বজাৰ পৰাই ভোটকেন্দ্ৰসমূহত দীঘলীয়া শাৰী

ক’ভিড -১৯ৰ স্বাস্থ্যবিধি মানি গোলাঘাটত আৰম্ভ হল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এইবাৰ গোলাঘাট আৰু খুমটাই সমষ্টিত ৩৭ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে।…

মীনাক্ষী ফুকন · March 27, 2021 9:20 am
অসম

ই ভি এম আৰু ভোটগ্ৰহণৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত সাজু ভোটগ্ৰহণকাৰী দল

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬নংখুমটাই বিধানসভা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসন সম্পূর্ণৰূপে সাজু…

মীনাক্ষী ফুকন · March 27, 2021 7:09 am
অসম

বিজেপিৰ মদ, মাংস, টকা বিতৰণৰ অভিযোগ; আছু নেতাকে ধৰি কেইবাজনক প্ৰহাৰ বিজেপি কৰ্মীৰ

শুকুৰবাৰে সন্ধিয়া আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিণ্টু গগৈ সহ ৫ জনক বিজেপি নেতাৰ দ্বাৰা প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হয়। প্ৰহৃত অন্যান্য…

মানস প্রতীম গগৈ · March 27, 2021 6:43 am
অসম

‘প্ৰতিবাদী’ শিল্পীসকল নিমাত! দিছপুৰত এখন কা-বিৰোধী চৰকাৰ গঠন সন্দৰ্ভত মানস ৰবীনৰ কি আহ্বান?

কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিগত সময়ছোৱাত ৰাজ্যখনৰ কা-বিৰোধী স্থিতি গ্ৰহণ কৰি ৰাজপথলৈ ওলাই অহা…

এন ই নাও নিউজ · March 26, 2021 8:46 pm
অসম

কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট, কেনেকৈ?

শনিবাৰে, ২৭ মাৰ্চৰ পৰা ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। তিনিটা পৰ্যয়ত অনুষ্ঠিত হ’ব এই ভোট গ্ৰহণ। ৰাজ্যখনত মুঠ ১২৬টা…

এন ই নাও নিউজ · March 26, 2021 7:11 pm
অসম

অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত নিৰ্বাচনকেন্দ্ৰিক বেনামী গোহাৰি বিতৰণ : দল-সংগঠনৰ এজাহাৰ দাখিল

শিৱসাগৰ বিধানসভা সমষ্টিৰ সংখ্যালঘু ভোটদাতা ৰাইজক উদ্দেশ্যি কোনো দুষ্ট চক্ৰই সচেতন নাগৰিক সমাজ নামেৰে কোনো চিল-মোহৰ অবিহনে “আমি ভোট কাক দিম” শীৰ্ষক…

পাৰ্শ্বজ্যোতি গগৈ · March 26, 2021 6:14 pm
অসম

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অসমবাসী ৰাইজলৈ আহ্বান

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি, অসমৰ ৰাইজক সম্বোধন কৰি এটা ভিডিঅ’ বাৰ্তা মুকলি কৰে। ড°…

এন ই নাও নিউজ · March 26, 2021 6:02 pm
অসম

মোহভংগ! বিপিএফ এৰি বিজেপিলৈ যোৱা নেতা-কৰ্মীৰ পুনৰ বিপিএফলৈ প্ৰত্যাৱৰ্তন

নিৰ্বাচনী পৰিস্থিতিত সঘনাই পাট পৰিৱৰ্তন হৈছে তামুলপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৫৮ নং…

দীপক কুমাৰ পাঠক · March 26, 2021 2:25 pm
অসম

শিৱসাগৰত নিশা উত্তপ্ত পৰিস্থিতি : চোকা অস্ত্ৰসহ ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ গাড়ীসহ ধৰা পৰিল বিজেপিৰ নেতা-কৰ্মী

শিৱসাগৰ বিধানসভা সমষ্টিত যোৱা নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিৰ্বাচনী বিধি উলংঘা কৰি নিশা ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ ধৰা পৰিছে শিৱসাগৰ…

এন ই নাও নিউজ · March 26, 2021 11:11 am
অসম

গোলাঘাট জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ; মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ২১টা ভোটগ্ৰহণ কেন্দ্ৰ

বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ২৭ মাৰ্চত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে…

মীনাক্ষী ফুকন · March 25, 2021 9:04 pm