Tag: COVID-19
মুম্বাইৰ পৰা পত্নী-সতীৰ্থসহ অসম আহি পালেহি জুবিন গাৰ্গ; ১৪ দিন থাকিব কোৱাৰেন্টাইনত
মুম্বাইৰ পৰা অসম আহি পালেহি জুবিন গাৰ্গ। সোমবাৰে মাজনিশা প্ৰায় ২:৩০ বজাত সৰুসজাইত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী। তেওঁৰ পত্নী গৰিমা শইকীয়া…
মাতৃ দিৱসৰ দিনা জন্ম দিয়া সন্তানৰ নাম কোভিড ৰাখিলে পশ্চিমবংগত কৰ্মৰত অসমৰ শ্ৰমিকে
ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে অসমৰ এগৰাকী প্ৰৱাসী মহিলা শ্ৰমিকে পশ্চিমবংগত এটা সন্তান জন্ম দিছে। কোভিড১৯এ সমগ্ৰ বিশ্বতে…
ৰাজ্যত আৰু দুজন লোকৰ শৰীৰত কোভিড১৯ : ৬৪ গৰাকীলৈ বৃদ্ধি হ’ল আক্ৰান্তৰ সংখ্যা
আজিৰ দিনটোত ৰাজ্যত আৰু দুগৰাকীকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে। গুৱাহাটীত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। ডঃ…
আই আই টি গুৱাহাটীৰ গৱেষকৰ মতে অহা ৩০ দিনত দেশত কিমান হ’ব কৰ’না আক্ৰান্তৰ সংখ্যা?
আই আই টি গুৱাহাটী আৰু ছিংগাপুৰ মেডিকেল স্কুলে ডাটা ছায়েন্স মডেল আৰু লজিষ্টিক পদ্ধতিৰে কৰ’নাৰ বিশ্লেষণ আগবঢ়াইছে। সেই মতে অহা ৩০ দিনত…
কৰ’না কৱচ: ভাৰতে প্ৰস্তুত কৰিলে এন্টিবডী চিনাক্ত কৰিব পৰা প্ৰথমটো স্বদেশী কিট ‘এলীছা’
কৰ’না ভাইৰাছৰ পৰীক্ষা সন্দৰ্ভত ভাৰতে এক ডাঙৰ সফলতা লাভ কৰিছে। ভাৰতে কোভিড-১৯ৰ এন্টিবডী চিনাক্ত কৰিব পৰা টেষ্টিং কিট প্ৰস্তুত কৰি উলিয়াইছে। পুনেৰ…
অসমত ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাবৃদ্ধিত চিন্তিত আছু
সদৌ অসম ছাত্ৰ সন্থা অসমত ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাবৃদ্ধিত চিন্তিত হৈ পৰিছে। মহামাৰীবিধত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীও শেহতীয়াকৈ আক্ৰান্ত হোৱাটোতো চিন্তা ব্যক্ত…
ত্ৰিপুৰাত ক’ভিড-১৯ আক্ৰান্ত ১৫২ জনলৈ বৃদ্ধি, BSFত পুনৰ চিনাক্ত ১৬
ষোল্লজন লোক দেওবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৫২লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্ত হোৱা ক’ভিড-১৯ পজিটিভ ব্যক্তিকেইগৰাকীও…
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় হোষ্টেলৰ ৭১ আৱাসী ক’ভিড-১৯ নিগেটিভ
গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৭১গৰাকী আৱাসীৰ নমুনা দেওবাৰে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে। ডাঃ দীপা ডেকা নামৰ আৱাসিক চিকিৎসক এগৰাকী ক’ভিড-১৯ পজিটিভ…
সাতবাৰকৈ পজিটিভ উলোৱা ১৯ বৰ্ষীয় যুৱকৰ শৰীৰত নাই কোভিড১৯ৰ লক্ষণ
ভদোদৰাৰ এজন ১৯ বছৰীয়া যুৱকৰ শৰীৰত সাতবাৰকৈ কোভিড১৯ পিজিটিভ উলোৱাৰ পিছতো দেহত ফুটি উঠা নাই কোভিড১৯ৰ লক্ষণ। ভদোদৰা হাই স্পীড ৰে’লৱেৰ প্ৰশিক্ষণ…
মুম্বাইত কোভিড-১৯ত আক্ৰান্ত অসমীয়া নাৰ্ছৰ ফেচবুক লাইভ : অসম চৰকাৰৰ সহায়ৰ ভিক্ষা
মুম্বাইত কৰ্মৰত এগৰাকী অসমীয়া নাৰ্ছৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID19। আক্ৰান্ত নাৰ্ছ গৰাকীৰ নাম ডেইজী শইকীয়া। মুম্বাইৰ পি জি হিন্দুজা হস্পিতালত কৰ্মৰত…