Tag: COVID-19
ক’ৰ’না ভাইৰাছৰ উৎপত্তিৰ উৎসৰ সন্ধানত চীনলৈ যাব WHOৰ এটা অনুসন্ধানকাৰী দল!
বিশ্ব স্থাস্থ্য সংস্থা( WHO)এ ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুদান প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব। বুধবাৰে এই সম্পৰ্কত WHOৰ জেনেভাস্থিত কাৰ্যালয়ে এই কথা…
অসমত আৰু এগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত
আৰু এজন লোক অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। আক্ৰান্ত ব্যক্তিজন কাছাৰ জিলাৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী…
ত্ৰিপুৰাত বি এছ এফ বেটেলিয়নত পুনৰ ২২ গৰাকী ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ৬৪লৈ বৃদ্ধি
বি এছ এফৰ ত্ৰিপুৰাস্থিত ১৩৮নং বেটেলিয়নত ব্যাপক হাৰত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। বুধবাৰেও আম্বাছাস্থিত বেটেলিয়নটোত ২২ গৰাকী লোকক ক’ভিড-১৯ পজিটিভ পোৱা…
অসমত ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে জৰিমনা
অসমৰ স্বাস্থ্য বিভাগে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ বাবে শীঘ্ৰে নিয়ম জাৰি কৰিব। “ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ৫০০টকাৰ জৰিমনা…
‘ল’কডাউনৰ ৩.০ৰ পিছত কি হ’ব?’ ভাৰত চৰকাৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু ছোনিয়া গান্ধীৰ প্ৰশ্ন
বুধবাৰে কংগ্ৰেছ শাসিত মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে। ‘কি হ’ব…
ক’ৰ’নাতংকৰ পিছত আজি প্ৰথম বাৰলৈ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ক’ৰ’নাৰ উৎপত্তি কেন্দ্ৰ চীনৰ য়ুহানত
চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী য়ুহানত উৎপত্তি ঘটা ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে নৰ সংহাৰ অব্যাহত ৰখাৰ সময়তে প্ৰদেশখনত ক’ৰ’নাতংকৰ পিছত প্ৰথমবাৰলৈ আজি বিদ্যালয়সমূহ খোলা…
দেশত ক’ৰ’না ভাইৰাছৰ শেহতীয়া স্থিতি : ৫০ হাজাৰ স্পৰ্শ কৰিলে কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’নাক্ৰান্ত মৃত্যুৰ সংখ্যা বুধবাৰলৈকে বৃদ্ধি পাইছে ১,৬৯৪ গৰাকীলৈ। আজি এই…
ক’ৰ’নাৰ প্ৰভাৱ : দেউলীয়া হোৱাৰ দিশে গ’ল্ড জিম! বেংকিং কোডৰ অধীনত বিচাৰিলে দেউলীয়াকৰণৰ নিৰাপত্তা
সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা ক’ৰ’নাতংকই বিশ্বৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ শুধাইছে। ইয়াৰ প্ৰভাৱ পৰিছে গ’ল্ড জিমৰ ওপৰতো। ইতিমধ্যে বিশ্বৰ শৰীৰ চৰ্চাৰ এই…
ITBPত ৪৫ গৰাকী ক’ভিড-১৯ পজিটিভ, CAPFত এতিয়ালৈকে মুঠ ২৯৮
ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা মঙলবাৰে ৪৫ গৰাকীলৈ বৃদ্ধি পাইছে। হিন্দুস্তান টাইমছৰ বাতৰি মতে বাহিনীটোৱে ইয়াৰ দিল্লীৰ তিগ্ৰি কেম্প ছীল…
অসমত আৰু এগৰাকী ক’ভিড১৯ পজিটিভ চিনাক্ত, আক্ৰান্ত ৪৪লৈ বৃদ্ধি
অসমত আজিৰ দিনটোৰ দ্বিতীয়গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰিছে। ৰোগীগৰাকী কোকৰাঝাৰৰ। জিলাখনত এইটো প্ৰথমটো পজিটিভ ঘটনা। পশ্চিমবঙ্গৰ কোচবিহাৰ ভ্ৰমণৰ বুৰঞ্জী আছে আক্ৰান্ত…