Tag: COVID-19
DRDOৰ কোভিড চিকিৎসাৰ দৰৱ 2-DG প্ৰস্তুত কৰি উলিওৱাত সহযোগী অসমৰ বিজ্ঞানী জুবিলী
দিল্লীৰ ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট অ’ৰ্গেনাইজেশ্যন (ডিআৰডিঅ’)ৰ টীমটোৱে এন্টি কোভিড ড্ৰাগ 2-DG প্ৰস্তুত কৰি উলিওৱাত সহায় কৰিছিল অসমৰ এগৰাকী বিজ্ঞানীয়ে। অসমৰ এইগৰাকী…
গোলাঘাটত কোভিড মৃত্যুৰ সংখ্যা ৪২ লৈ বৃদ্ধি : দিনটোত আক্ৰান্ত হৈছে ১৭৭ গৰাকী লোক
গোলাঘাটত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড মৃত্যুৰ সংখার। আজি দিনটোৰ ভিতৰত ৪২ জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা। একেদৰে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হৈ ৩৮১৪…
কোভিড১৯ৰ গণ সংক্ৰমণৰ দিশে কলিয়াবৰ : ইটোৰ পিছত সিটো কণ্টেইমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো গণ সংক্ৰমণৰ দিশে গতি কৰিছে কোভিড-১৯এ। বৰ্তমান সময়লৈকে ঘোষণা কৰা হৈছে চাৰিটাকৈ কন্টেইনমেন্ট জ’ন। মৃত্যু হৈছে চাৰিজনকৈ…
কোভিডত ২০জনকৈ লোকৰ মৃত্যু ঘটা বিশ্বনাথ জিলাত ভেণ্টিলেটৰ অবিহনেই চলি আছে চিকিৎসা সেৱা
ক্ৰমাৎ বিশ্বনাথ জিলাত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ জিলা খনত পোন্ধৰশৰ আশে-পাশে আছে কোভিড ৰোগীৰ সংখ্যা। আনহাতে,…
ভাল খৱৰ! ডিব্রুগড়ৰ কোভিড পজিটিভ মহিলাই এএমচিএইচত জন্ম দিলে যমজ সন্তানৰ
ডিব্ৰুগড়ত শুকুৰবাৰে অসম মেডিকেল কলেজ হাস্পাতালত (এএমচিএইচ) এগৰাকী কোভিড-১৯ পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিয়ে। এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে নৰ্থইষ্ট নাওৰ…
গোলাঘাটত নতুনকৈ কৰ’নাত আক্ৰান্ত ২০২গৰাকী লোক; ৩গৰাকী লোকৰ মৃত্যু
গোলাঘাট জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ দিনটোত জিলা খনত ২০২ গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত দিনৰ তুলনাত…
আন্ত:গাঁথনি বৃদ্ধি; ক’ভিডক ৰুধিবলৈ অধিক তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন
অতিমাৰী ক’ভিড-১৯ৰ গণসংক্ৰমণ ৰোধ, ক’ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱাৰ লগতে অন্যান্য আনুষংগিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে। শিৱসাগৰ…
মহানগৰীত ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান; পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ
ক’ভিড সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাৰ বাবে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। এই ক্ষেত্ৰত…
সৰুসজাই ষ্টেডিয়ামত ৩০০ বিচনাৰ নতুন ক’ভিড চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডিআৰডিঅ’)ৰ জৰিয়তে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰিবলৈ লোৱা ৩০০খন বিচনাৰ নতুন ক’ভিড…
কৰ’নাত আক্ৰান্ত হৈ অসম অসামৰিক বিষয়া ধীমান চৌধুৰীৰ মৃত্যু; হাউলীত শোকৰ ছাঁ
অসম অসামৰিক সেৱাৰ বিষয়া (এচিএছ) ধীমান চৌধুৰীৰ কোভিড-১৯ আক্ৰান্ত হৈ কালি নিশা মৃত্যু হয়। বৰপেটা জিলাৰ হাউলীৰ দলাগাঁও নিবাসী চৌধুৰী কোভিড-১৯ত আক্ৰান্ত…