Tag: COVID-19
লকডাউন: অধিক কঠোৰ হ’ব অসম আৰক্ষী
লকডাউনৰ ক্ষেত্ৰত অহা ২০ এপ্ৰিললৈকে অধিক কঠোৰ হ’ব অসম আৰক্ষী। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ…
উত্তৰ প্ৰদেশত পিতৃ-মাতৃয়ে নৱজাতকৰ নাম ৰাখিলে চেনিটাইজাৰ
উত্তৰ প্ৰদেশৰ ছাহৰানপুৰ জিলাৰ ওমবীৰ সিং নামৰ এগৰাকী ব্যক্তিয়ে তেওঁলোকৰ নতুনকৈ জন্মলাভ কৰা সন্তানটোৰ নাম চেনিটাইজাৰ ৰাখে। সন্তানৰ নাম চেনিটাইজাৰ ৰখা সন্দৰ্ভত…
ল’কডাউনৰ প্ৰভাৱ; ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা ব’হাগত নাই ভক্তৰ সমাগম
আজি পহিলা ব’হাগ। বিগত বছৰ সমূহত দেখা গৈছিল ব’হাগৰ এই প্ৰথম দিনটোত ভক্তই ভিৰ কৰে মঠ মন্দিৰ সমূহত। ব্যতিক্ৰম নাছিল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ…
শ্বিলঙত ক’ৰ’নাৰ আতংকত হাস্পতালৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে এজন ৰোগীয়ে
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অপ্ৰতিৰোধ্য গতিত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটাৰ ফলত দেশৰ…
দেশত ৩ মে’লৈকে ১৯ দিনৰ বাবে লকডাউন বৃদ্ধিৰ ঘোষণা প্ৰধান মন্ত্ৰী মোদীৰ
ভাৰতত অহা ৩ মে’লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লকডাউনৰ নিয়ম পালন কৰিব লাগিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ…
WHOৰ সতৰ্কবাণী: ছোৱাইন ফ্লু-তকৈয়ো ১০গুণ অধিক প্ৰাণঘাতী কৰ’না ভাইৰাছ
সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে। বৰ্তমানলৈকে গোটেই বিশ্বতে এই মহামাৰীৰ ফলত ১৯,২০,৬১৮জন লোক আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা এতিয়ালৈ…
মহাৰাষ্ট্ৰৰ গৃহ নিৰ্মাণ মন্ত্ৰীৰ ষ্টাফৰ ১৪ গৰাকী সদস্য ক’ৰ’নাত আক্ৰান্ত
মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী জিতেন্দ্ৰ আৱহাৰৰ ব্যক্তিগত ষ্টাফৰ ১৪ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে। ১৪ গৰাকীৰ ভিতৰত ৫ গৰাকী…
হাফলঙত কৰ’না আক্ৰান্তৰ বাবে সাজু ২৪ খন বিছনাযুক্ত হাস্পাতাল; ৫খন আই চি য়ুৰ প্ৰস্তুতি
কৰ’না প্ৰতিৰোধৰ কাৰণে সম্পূৰ্ণ ভাৱে সাজু ডিমা হাছাও পাৰ্বত্য জিলাৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে কৰ’নাৰ বাবে হাফলং অসামৰিক হাস্পাতাল চৌহদত ২৪ বিছনা যুক্ত (আইছ’লেশ্যন…
অসমত ধৰা পৰিল আৰু এজন কোভিড-১৯ পজিটিভ ৰোগী; আক্ৰান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি
অসমত আন এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে সৈতে ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পালে। শেহতীয়া কোভিড-১৯ পজিটিভ ৰোগীজন…
ৰাজহুৱা স্থানত পিকোৱা, ধূমপানৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা
ৰাজহুৱা স্থানত পিকোৱা, ধূমপান কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ মাজতে কেন্দ্ৰীয়…