NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

মেঘালয়ৰ প্ৰথমজন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত, এজন চিকিৎসক

এজন চিকিৎসক মেঘালয়ৰ প্ৰথম ক’ভিড-১৯ আক্ৰান্তৰূপে সোমবাৰে চিনাক্ত হৈছে। ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এ এল হেকে এই তথ্য সদৰী কৰিছে।…

এন ই নাও নিউজ · April 13, 2020 10:38 pm
অৰুণাচল

অৰুণাচল প্ৰদেশত ৩০ এপ্ৰিললৈ বৃদ্ধি ল’কডাউন

কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনত ল’কডাউন ৩০ এপ্ৰিললৈ বৃদ্ধি কৰে। মুখ্য সচিৱ নৰেশ কুমাৰে ৰাষ্ট্ৰজোৰা ল’কডাউন ১৪ এপ্ৰিলত সামৰণি…

এন ই নাও নিউজ · April 13, 2020 8:14 pm
অসম

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতে মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব বেংকৰ প্ৰশংসা

কণ্টেক ট্ৰেছিঙৰ জৰিয়তে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপক প্ৰশংসা কৰিছে বিশ্ব বেংকে। বিশ্ব বেংকৰ…

এন ই নাও নিউজ · April 13, 2020 7:54 pm
অসম

অসমীয়া নৱবৰ্ষত অসমবাসীলৈ এক বিশেষ অনুৰোধ মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰঙালী বিহুৰ শুভেছা জনাই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসমবাসীক জনাইছে এক বিশেষ অনুৰোধ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত মঙলবাৰে সন্ধিয়া ৬…

এন ই নাও নিউজ · April 13, 2020 7:40 pm
Popular Stories

দক্ষিণ কামৰূপত তবলিগী জামাতীক আত্মগোপনত সহায় কৰা চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

সোমবাৰে তবলিগী জামাতীক মছজিদত আত্মগোপনত সহায় কৰা অভিযোগত দক্ষিণ কামৰূপৰ মছজিদ পৰিচালনা সমিতিৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আজি দুপৰীয়া ছয়গাঁও আৰু…

কল্পজ্যোতি শইকীয়া · April 13, 2020 7:11 pm
অসম

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এটা মেছেজত থৰকাচুটি হেৰুৱাইছে বিশ্বনাথ স্বাস্থ্য বিভাগে

কোৱাৰেন্টাইনৰ নামত চৰম দায়িত্বহীন কাৰ্য্য সংঘটিত কৰিলে বিশ্বনাথৰ স্বাস্থ্য বিভাগে। তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে ত্যাগবীৰ হেম চন্দ্ৰ বৰুৱাৰ প্ৰাক্তন…

কাজী জেইদুল ইছলাম · April 13, 2020 6:31 pm
অসম

মিজোৰামত ৯৫ বছৰীয়া বৃদ্ধাই এমাহৰ পেঞ্চন দান কৰিলে মুখ্য মন্ত্ৰী সাহায্য পুজিলৈ; নিজেই প্ৰস্তুত কৰিছে মাস্ক

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশৰ নাগৰিকে পাৰ্য্যমাণে চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে। মিজোৰামৰ পি নাহাকলিয়ানি নামৰ এগৰাকী ৯৫ বছৰীয়া বৃদ্ধাই তেওঁৰ এমাহৰ পেঞ্চন…

এন ই নাও নিউজ · April 13, 2020 6:03 pm
অসম

কৰ’নাভাইৰাছ: মুকলি হ’ব অসমৰ ডিটেনচন কেম্পৰ ৬০% বন্দী বিদেশী

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ডিটেনচন কেম্পত দুবছৰতকৈ অধিক কাল বন্দী থকা বিদেশীক মুকলিৰ নিৰ্দেশ দিছে, বাতৰিত প্ৰকাশ। বাতৰিটোত কোৱা হৈছে যে…

এন ই নাও নিউজ · April 13, 2020 5:48 pm
Popular Stories

ল’কডাউনৰ মাজতে এইবাৰ পবিত্ৰ ৰমজান মাহ; ইছলাম ধৰ্মীয় লোকসকললৈ আই চি আইৰ বিশেষ আহ্বান

ইছলাম ধৰ্মীয় পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ মাত্ৰ আৰু ১০ টা দিনহে বাকী আছে। দেশত অব্যাহত থকা ল’কডাউনৰ ম্যাদ অহা ৩০ এপ্ৰিললৈকে…

এন ই নাও নিউজ · April 13, 2020 4:58 pm
Popular Stories

চীনত এটা দিনতে ১০০ টা কোভিড১৯ পজিটিভ; চীনৰ দাবী আক্ৰান্তসকল বিদেশৰ পৰা অহা লোক

চীনত পুনৰ মাত্ৰ এটা দিনতে কোভিড১৯ৰ পজিটিভ কেচ ধৰা পৰিছে। মাত্ৰ এটা দিনতে দেশখনত ধৰা পৰিছে ৯৯ জন ক’ৰ’না সংক্ৰমিত লোকৰ। চীনৰ…

এন ই নাও নিউজ · April 13, 2020 4:13 pm