Tag: COVID-19
ক’ৰ’নাতংক; ১৩ এপ্ৰিললৈকে চৰকাৰে সম্পূৰ্ণৰূপে ছীল কৰিব ১৫ খন জিলা
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এখন ৰাজ্যৰ ১৫ খন জিলা অহা ১৩ এপ্ৰিললৈকে সম্পূৰ্ণৰূপে বন্ধ থকাৰ কথা ঘোষণা কৰিছে এখন ৰাজ্যৰ চৰকাৰে। উত্তৰ…
খাদ্য সামগ্ৰী নিয়ন্ত্ৰণৰ বাবে তৎপৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী; মহানগৰীত কৰিলে চৰজমিন তদন্ত
খাদ্য সামগ্ৰী নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে যোগান মন্ত্ৰী ফনীভুষণ চৌধুৰী৷ পিন্ধনত এটা ছাৰ্ট আৰু এখন লুঙী পিন্ধি সাধাৰণ জনতাৰ শাৰীত দেখা…
ল’কডাউনক লৈ মোদী চৰকাৰক সমালোচনা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাৰম্বৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া ল’কডাউনৰ সংক্ৰান্তত মুখ খুলিছে। মুখ…
‘ক’ৰ’নোত্তৰ ভাৰতত দৰিদ্ৰতাৰ কৱলত পৰিব ৪০ কোটি অসংগঠিত ভাৰতীয় শ্ৰমিক’, ILO
ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত ভাৰতত প্ৰায় ৪০ কোটি শ্ৰমিক দৰিদ্ৰ সীমাৰেখাৰ তললৈ পৰ্যবসিত হ’ব। এই কথা ঘোষণা কৰিছে জেনেভাস্থিত আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)ই।…
ক’ৰ’নাত আক্ৰান্ত হৈ আমেৰিকাত এদিনতে মৃত্যু প্ৰায় ২,০০০ গৰাকী লোকৰ; অসহায় ট্ৰাম্প প্ৰশাসন
আমেৰিকাত যুক্তৰাষ্ট্ৰত এদিনতে সৰ্বাধিক সংখ্যক লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃ্ত্যুক আকোৱালি লৈছে। বিগত ২৪ ঘণ্টাত আমেৰিকাত প্ৰায় দুহেজাৰ লোক(১,৯৩৯ গৰাকী) ৰ…
বলিউদ ষ্টাৰ আমিৰ খানে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ধন
বলিউদৰ বিভিন্ন তাৰকাৰ পিছত এইবাৰ আন এগৰাকী তাৰকা আমিৰ খানে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে। মিষ্টাৰ পাৰফেকশ্যনিষ্টে পি…
ক’ৰ’না মহামাৰীৰ সময়তো নিজৰ কৰ্তব্য সম্পাদন কৰি থকা ৰাজ্যৰ বনকৰ্মী সকলক পৰিমল শুক্লবৈদ্যৰ আন্তৰিক কৃতজ্ঞতা
বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক’ৰ’না মহামাৰীৰ দুৰ্যোগৰ সময়ত জীৱনক তুচ্ছ কৰি সুচাৰূপে কৰ্তব্য পালন কৰি থকা ৰাজ্যৰ বনবিভাগৰ কৰ্মচাৰী সকলক ধন্যবাদ জনায়।…
ভাৰতক ধমকিৰ ২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰ
ক’ৰ’নাৰ সৈতে যুঁজি থকা আমেৰিকাই বিগত সময়ছোৱাত ভাৰতৰ পৰা সহায় বিচাৰিছিল। এই সময়ছোৱাত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতক হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধ মুকলি কৰি দিয়া সন্দৰ্ভত…
ভাৰতত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৫০০০ অতিক্ৰম; মৃত্যু ১৪৯ গৰাকীৰ
ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৫,০০০ অতিক্ৰম কৰিছে আৰু এই ভাইৰাছ বিধৰ সংক্ৰমণৰ ফলত দেশত এতিয়ালৈ ১৪৯ গৰাকী লোকৰ মৃত্যু হৈছে বুলি…
১৪ মহীয়া শিশুৰ প্ৰাণ কাঢ়ি নিলে মহামাৰী ক’ৰ’না ভাইৰাছে
ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। গুজৰাটৰ জমানগৰত এটি ১৪ মহীয়া শিশু ক’ৰ’নাত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু হয়। মঙলবাৰৰ…