Tag: COVID-19
ল’কডাউনৰ ফলত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শস্য
সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী শাক-পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবে হতাশাত ভূগিব লগা হৈছে। নগাঁৱৰ…
ত্ৰিপুৰাত পোহৰলৈ আহিল প্ৰথমজন ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ ঘটনা
আজি ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী দীপ দেৱৱৰ্মাই ইয়াৰ নিশ্চিতি প্ৰদান কৰে্। ক’ৰ’নাত আক্ৰান্ত ৪৫…
প্ৰধান মন্ত্ৰীৰ আহ্বানত ম’মবাতি প্ৰজ্বলন মহম্মদ কাঈফৰ; ছ’চিয়েল মিডিয়াত মৌলানাৰ ধমক
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীলৈ ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হোৱাৰ বাবে আহ্বান জনাই ৫ এপ্ৰিলত নিশা ৯ বজাত ৯ মিনিটৰ…
ক’ৰ’নাতংক : মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ
মৰিগাঁও জিলাত ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰিগাঁও জিলা উপায়ুক্তৰ…
মুম্বাইৰ ৯ গৰাকী জামাতিৰ লগতে দৰঙৰ পাঁচ গৰাকী তবলিগী জামাতিৰ বিৰুদ্ধে গোচৰ ৰুজু
খাৰুপেটিয়াৰ পূৱ কমাৰপাৰা গাঁৱত ৰবিবাৰে লুকাই থকা অৱস্থাত উদ্ধাৰ কৰা মুম্বাইৰ ৯ গৰাকী লোকৰ লগতে তেওঁলোকৰ সৈতে সম্পৰ্ক থকা মুঠ ১৪ গৰাকী…
ৰাজ্যৰ কৃষকৰ বাবে মুকলি হ’ব হেল্প লাইন নম্বৰ, ঘৰতে প্ৰদান কৰা হ’ব বীজ : অতুল বৰা
‘‘প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা ল’কডাউনৰ সময়ছোৱাত কৃষক ৰাইজে কষ্ট ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে আমি মুঠ ৪ কোটি ৭০ লাখ টকা মোকলাই দিছো, যাতে কৃষকসকলে নিজৰ ক্ষতি পুৰণ…
৮ হাজাৰৰো অধিক লোকে অসম আৰোগ্য নিধি ফাণ্ডলৈ আগবঢ়াইছে বৰঙণি : হিমন্ত
ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি ফাণ্ডলৈ এই পৰ্যন্ত ৰাজ্যখনৰ ৮,০৫৪ গৰাকী লোকে ১৭.৩৭ কোটি টকা আগবঢ়োৱা বুলি মন্ত্ৰী…
ক’ৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত নগাঁও আৰু হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা মুখ্য মন্ত্ৰীৰ
ক’ৰানা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি হোজাই আৰু নগাঁও জিলা…
ক’ৰ’না ভাইৰাছ : কোকৰাঝাৰত ধৰ্মীয় সংগঠনসমূহৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ তথা ইয়াৰ পৰা হাত সাৰি থাকিবলৈ জনসাধাৰণৰ মাজত সতৰ্কতা আৰু সজাগতা বৃদ্ধিৰ বাবে ধৰ্মীয় তথা সামাজিক সংগঠন সমূহৰ নেতা…
১৫ এপ্ৰিলৰ পৰা কৰ্মস্থলীলৈ উভতিব লাগিব মেঘালয়ৰ চৰকাৰী কৰ্মচাৰী সকল
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ২১ দনীয়া ল’কডাউন ঘোষণা কৰাৰ ফলস্বৰূপে সমগ্ৰ দেশৰ লগতে মেঘালয়তো স্বাভাৱিক…