Tag: COVID-19
দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ হাৰ বৃদ্ধি; মৃত্যুৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি
বিগত কেইদিনমান ধৰি কৰ’না সংক্ৰমণৰ হাৰ নিম্নগামী হৈছিল যদিও বৃহস্পতিবাৰে সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধিৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘন্টাত দেশত…
‘ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশৰ বাবেই ভাৰতত কৰোনাৰ সংক্ৰমণ বাঢ়িছে’, WHOৰ দাবী
কৰোনা সংক্ৰমণৰ প্ৰথমটো ঢৌৰ নিয়ন্ত্ৰণত সফল হোৱা বুলি ঢাক-ঢোল বজাই বিশ্বগুৰুৰ স্থান দখলৰ বাবে উদগ্ৰীৱ হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ সমগ্ৰ…
কোভিড নীতি-নিয়ম উলংঘনৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনৰ অভিযান : ৫৯০০০ টকাৰ জৰিমনা সংগ্ৰহ
কোভিড বিধি উলংঘন কৰা লোকৰ বিৰুদ্ধে বৰপেটা, হাউলী আৰু বৰপেটা ৰোড চহৰত চক্ৰ বিষয়া তথা পৌৰ সভাৰ দ্বাৰা কালিৰে পৰা চলোৱা অভিযানত…
বোকাখাতত জটিল হৈ পৰিছে কোভিডৰ সংক্ৰমণ : এজন স্বাস্থ্য কৰ্মীৰ মৃত্যু
সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো জটিল ৰূপ লৈছে কোভিডৰ ভয়াৱহ সংক্ৰমণে৷ বোকাখাত মহকুমাত কোভিডৰ সংক্ৰমণত আক্ৰান্তৰ সংখ্যা ৫০৬ জনলৈ বৃদ্ধি পাইছে৷ ইফালে কভিডত…
নতুন কোভিড নীতি ঘোষণা : অধিক কঠোৰ হ’ব আৰক্ষী প্রশাসন; ভংগ কৰিলে সন্মুখীন হ’ব আইনী শাস্তিৰ
দেশৰ লগতে ৰাজ্যৰ লগতে কোভিড সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্যৰ চৰকাৰৰ তথা আৰক্ষী প্ৰশাসনে। অসমৰ…
খোদ চীনা বিজ্ঞানীৰ দাবী : চীনে ইচ্ছাকৃতভাৱে বিয়পাইছিল কৰোনা ভাইৰাছ; কিন্তু কিয়?
কৰোনা ভাইৰাছৰ উৎপত্তি আৰু সমগ্ৰ বিশ্বতে এই মাৰাত্মক ভাইৰাছবিধ সম্প্ৰসাৰিত হোৱাক কেন্দ্ৰ কৰি চীনৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ সন্দেহ মৰিষণ শেষ নৌ হওতে…
ব্যাপকভাৱে কোভিড বিধি উলংঘন : নাই মুখত মাস্ক, বেংক-দোকান-পোহাৰতো নাই সামাজিক দূৰত্ব
ৰাজ্যত ভায়াৱহভাৱে কোভিড১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। কোভিড১৯ এ সমগ্ৰ ৰাজ্যখনত ভয়াবহ ৰূপ…
ভয়াৱহ কোভিড পৰিস্থিতি : পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে?
শিৱসাগৰ জিলাৰ কোভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে হাতত লোৱা ব্যৱস্থাসমূহৰ লগতে আন আন যাৱতীয় প্ৰস্তুতিসমূহৰ বিষয়ে সোমবাৰে এক…
মৃত্যুৰ সৈতে যুঁজি আছে ৰোগী : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰোনাক্ৰান্তক চিকিৎসা নকৰাৰ অভিযোগ
তেজপুৰ মেডিকেল কলেজত কোভিড ৰোগী ন্যূনতম চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ তৃষ্ণাতুৰ ৰোগীয়ে এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগা…
সুখবৰ! : কোভিডশ্বীল্ডৰ প্ৰথম পালি প্ৰতিষেধকে মৃত্যু হাৰ ৮০% লৈ হ্ৰাস কৰে; দ্বিতীয় পালিয়ে কিমান কৰে?
এতিয়াও সমগ্ৰ বিশ্বই কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। বিশ্বৰ বিভিন্ন দেশে মহামাৰী কৰোনাক প্ৰতিৰোধ কৰাৰ যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে ভেকচিন প্ৰস্তুতিও…