Tag: COVID-19
অসমত মঙলবাৰে ৭৫৭ ক’ভিড মুক্ত, ৬গৰাকীৰ মৃত্যু
৭৫৭গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড-১৯ মুক্ত হোৱাৰ বিপৰীতে ছগৰাকীৰ মৃত্যু হৈছে। আৰোগ্য লাভ কৰা আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসালয়ৰ যাবলৈ দিয়া হৈছে। মৃত্যু হোৱা…
গুৱাহাটী লকডাউন: দিনটোত দুজনক গ্ৰেপ্তাৰ; ১০,৫০০ টকাৰ জৰিমনা সংগ্ৰহ
কৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত লকডাউন দিয়া হৈছে৷ কিছু পৰিমানে শিথিল কৰা হৈছে যদিও এই লকডাউনৰ সময়ত তীক্ষ্ম নজৰ ৰাখিছে…
যোৰহাট জিলাৰ আৰু এজন ক’ভিড ৰোগীৰ মৃত্যু
যোৰহাট জিলাৰ আৰু এজন ক’ভিড-১৯ ৰোগীৰ মঙলবাৰে মৃত্যু হৈছে। তালেবুদ্দিন আহমেদ নামৰ ৭৬ বছৰীয়া ব্যক্তি এজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মঙলবাৰে…
ক’ভিড-১৯ সংগ্ৰামৰ নিস্বাৰ্থ যোদ্ধা : জীৱনকো তুচ্ছ জ্ঞান কৰি তুলুঙা নাও চলাই কৰ্তব্য পালন আশাকৰ্মীৰ
চাৰিওফালে পানীl বিশাল ব্ৰহ্মপুত্ৰৰ বানত বিধস্ত সকলোl নিজৰ গাঁওখন, ঘৰখনো পানীৰ তলত। সতি সন্তানক লৈ দুৰ্বিসহ জীৱন কটাইছে পৰিয়ালটোৱে। কিন্তু নিজৰ ব্যক্তিগত…
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ সমস্যাকলৈ আদালতৰ দ্বাৰস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিবক্তা
ক’ৰ’নাৰ হটস্পষ্টত পৰিণত হৈছে নেকি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ! যোৱা কিছুদিন ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বুজন সংখ্যক কয়দীৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰিছে।…
কেন্দ্ৰীয় কাৰাগাৰৰ ৯৫% কয়দীয়েই কোভিড১৯ পজিটিভ! : কয়দীৰ বিস্ফোৰক অভিযোগ
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কোভিড১৯ৰ হটস্পষ্টলৈ পৰিণত হৈছে নেকি? ইতিমধ্যে কেবাজনো কাৰাবন্দীৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত এই প্ৰশ্নৰ উদ্ৰেক কৰিছে। কাৰাগাৰ…
GMCHৰ সহ অধ্যাপক তথা চিকিৎসকৰ মৃত্যু : ক’ৰ’ণাত মৃত্যুৰ আশংকা
সোমবাৰে হঠাত্ অসুস্থ হৈ পৰা GMCHৰ সহকাৰী অধ্যাপক তথা চিকিৎসকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে ডাঃ জাহান ইকবাল…
হাস্পতালত ভৰ্তি কৰি প্ৰকাণ্ড গৰিলাৰ ক’ৰ’না টেষ্ট : কি আহিল কোভিড১৯ৰ ৰিজাল্ট?
এটা প্ৰকাণ্ড গৰিলা। ওজন প্ৰায় ১৯৬ কিলোগ্ৰাম। নাম তাৰ চানগ’। এই প্ৰকাণ্ড গৰিলাটোৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি নিশ্চিত কৰিবলৈ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে…
ৰাজ্যত নতুনকৈ ৭৩৫গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৪০০গৰাকী
ৰাজ্যখনত দেওবাৰে নতুনকৈ আৰু ৭৩৫গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৪০০গৰাকী লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ কোভিড-১৯পজিটিভ…
এইখন দেশত সম্পূৰ্ণ হ’ল ক’ভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ
বিশ্বত প্ৰথম ক’ভিড-১৯ ভেকচিনৰ মানৱ দেহত পৰীক্ষণ সম্পূৰ্ণ হৈছে ৰাছিয়াত। ৰাছিয়াৰ চেচেনভ ফাৰ্ষ্ট মস্ক’ ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এই পৰীক্ষা সম্পূৰ্ণ হৈছে। এই…