NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

গুৱাহাটীৰ লকডাউনত দুটা দিনত কিনিব পাৰিব গেলামাল, শাক-পাচলি

গুৱাহাটীত চলিত লকডাউনৰ মাজত গেলামালৰ দোকানসমূহ সোমবাৰে অৰ্থাৎ ৬ জুলাই আৰু ৮ জুলাইৰ দিনা পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব।…

কল্পজ্যোতি শইকীয়া · July 4, 2020 5:15 pm
অসম

WHOই দিলে আশাৰ বতৰা: দুসপ্তাহৰ ভিতৰতে পোৱা যাব পাৰে কৰ’নাৰ দৰৱৰ ট্ৰায়েল ৰিজাল্ট

সমগ্ৰ বিশ্বতে দ্ৰুতভাৱে বৃদ্ধি পাইছে মাৰাত্মক ভাইৰাছ কৰ’নাৰ সংক্ৰমণ। শুকুৰবাৰে এদিনতে গোটেই বিশ্বত ২লাখতকৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰ…

এন ই নাও নিউজ · July 4, 2020 12:28 pm
অসম

কিম জঙৰ দাবী: উত্তৰ কোৰিয়াত নাই এটাও কৰ’না আক্ৰান্ত

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে পুনৰ দাবী কৰিছে যে উত্তৰ কোৰিয়াত কোভিড-১৯ৰ এটা ঘটনা নাই। কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সিয়ে প্ৰকাশ কৰা…

এন ই নাও নিউজ · July 4, 2020 11:37 am
অসম

কোভিড-১৯ত আক্ৰান্ত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে গণ সংক্ৰমণ। গুৱাহাটী মহানগৰীতো এতিয়া ভয়ংকৰ ৰূপত  গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে কামৰূপ মহানগৰ…

কল্পজ্যোতি শইকীয়া · July 4, 2020 10:22 am
অসম

GMCHৰ গাফিলতিৰ বাবে মোৰ স্বামীৰ মৃত্যু হ’ল: কোভিড আক্ৰান্ত মৃতকৰ পত্নীৰ ভয়ংকৰ অভিযোগ

পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল। GMCHৰ গাফিলতিৰ বাবেই মহানগৰীৰ জাপৰিগোগৰ শিৱ ৰাম শৰ্মা (৫৪) নামৰ কোভিড আক্ৰান্ত লোকজনে মৃত্যুক…

কল্পজ্যোতি শইকীয়া · July 4, 2020 9:53 am
অসম

গুৱাহাটী লকডাউনৰ পঞ্চম দিনত জব্দ ৪৬খন বাহন

কামৰূপ মহানগৰ জিলাত কৰনাৰ সংক্ৰমন ৰোধৰ বাবে লকডাউন৷ আজি লকডাউনৰ পঞ্চম দিন৷ মহানগৰীত লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী৷ ৩০ জুনৰ…

দীপজ্যোতি শৰ্মা · July 3, 2020 11:09 pm
অসম

অসমত নতুনকৈ ২২১ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ৩০৯০

২২১গৰাকী ব্যক্তিয়ে শুকুৰবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছে। এইসকলক…

এন ই নাও নিউজ · July 3, 2020 9:24 pm
অসম

ক’ভিড নিগেটিভ অহাৰ পিছতো নিছে চিকিৎসালয়লৈ, অভিযোগ গুৱাহাটীৰ মাতৃ-পুত্ৰৰ

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গুৱাহাটীৰ এগৰাকী সংগীত পৰিচালক আৰু এহাল মাতৃ-পুত্ৰই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। সংগীত পৰিচালকগৰাকীৰ ফেচবুক লাইভত মাতৃ-পুত্ৰই আনিছে এই গুৰুতৰ অভিযোগ।…

কল্পজ্যোতি শইকীয়া · July 3, 2020 4:57 pm
অসম

নাগালেণ্ডত নতুনকৈ চাৰিজন কোভিড-১৯ পজিটিভ চিনাক্ত; ৰাজ্যত মুঠ আক্ৰান্ত ৫৩৯জন

নাগালেণ্ডত শুকুৰবাৰে নতুনকৈ চাৰিগৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। মঙলবাৰে পৰীক্ষাৰ বাবে গ্ৰহণ কৰা ২৫৯টা নমুনাৰ ভিতৰত এই নতুন চাৰিটা পজিটিভ ধৰা পৰিছে।…

এন ই নাও নিউজ · July 3, 2020 1:03 pm
অসম

স্বস্তি!১৫ আগষ্টৰ ভিতৰত ভাৰতে বজাৰত মুকলি কৰিব কৰ’নাৰ ভেকচিন

ৰোগবিধৰ ওচৰত এতিয়া বিশ্বই হাৰ মানিছে। কাৰণ ৰোগবিধৰ কোনো দৰৱ নাই। ইয়াৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতে। দৰৱ বিহীন, প্ৰতিকাৰ বিহীন…

এন ই নাও নিউজ · July 3, 2020 11:21 am