Tag: COVID-19
গণ সংক্ৰমণৰ দিশে গোৱালপাৰা! : ক’ৰ’না পজিটিভ ৰোগী বিচাৰি ওৰে নিশা চলিল আৰক্ষীৰ অভিযান
গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত এগৰাকী যুৱতীয়ে শ্বাৱ সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা৷ যোৱা সোমবাৰে কোভিড১৯ পজিটিভ ৰিপৰ্ট অহাত যুৱতী…
মৰিয়নীত হোম কোৱাৰেন্টাইনত থকা তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ পজিটিভ
যোৰহাট জিলাৰ মৰিয়নীৰ তিনিজনকৈ ব্যক্তিৰ দেহত কোভিড ১৯ ধৰা পৰাক লৈ মৰিয়নীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিয়নী ২নং ৱাৰ্ডৰ গান্ধী নগৰৰ এজন আৰু…
আজি নতুনকৈ ৪১ গৰাকী কোভিড-১৯ পজিটিভ; ৰাজ্যত আক্ৰান্তৰ মুঠ সংখ্যা ৭৮৩৫জনলৈ বৃদ্ধি
ৰাজ্যত আজিৰ দিনটোত ৪১ গৰাকী নতুন আক্ৰান্তৰে ৭৮৩৫ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা। নতুনকৈ শোণিতপুৰ জিলাৰ ১৮ গৰাকী, যোৰহাটৰ ৬ গৰাকী,…
ডাঙৰ খৱৰ: কৰ’নাৰ প্ৰথমটো ভাৰতীয় ভেকচিন প্ৰস্তুত; জুলাইতে আৰম্ভ হ’ব মানৱ পৰীক্ষণ
কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে এটা ভাল খৱৰ। ভাৰতত কোভিড-১৯ৰ প্ৰখমটো ভেকচিন প্ৰস্তুত কৰি তোলা হৈছে। ভাৰত বায়’টেক নামৰ কোম্পানীটোৱে কোভাক্সিন…
ৰাজ্যত ৮০০০ দিশে কৰ’না আক্ৰান্তৰ সংখ্যা; নতুনকৈ ৩০২ গৰাকী কোভিড-১৯ পজিটিভ
৩০২ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যত ৭৪৯২গৰাকী লৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে ।…
দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৫.৫ লাখ; ৰেকৰ্ড সংখ্যক নতুন সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ
দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় চাৰে পাঁচ লাখৰ কাষ চাপিছে। একেৰাহে দ্বিতীয়টো দিনতো প্ৰায় ২০হাজাৰ নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। কেন্দ্ৰীয়…
গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পঠালে ওভতাই; ৰাইজে পৰিয়ালক কৰিলে কোৱাৰেন্টাইন
গুৱাহাটী মহানগৰত চৰকাৰে কোভিড-১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ১৪ দিনীয়া লকডাউন ঘোষণা কৰাৰ লগে লগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে একাংশ লোকে নিজ…
৫০০০ৰ সীমা অতিক্ৰম অসমত ক’ভিড মুক্তৰ, আৰোগ্যৰ হাৰ বৃদ্ধি
২৭৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ৫০০০ৰ সীমা অতিক্ৰম কৰিছে। শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা মুকলি কৰা ব্যক্তিসকলক লৈ…
ক’ভিডত অসমত আৰু এজনৰ মৃত্যু
আৰু এগৰাকী ক’ভিড ৰোগীৰ দেওবাৰে অসমত মৃত্যু হৈছে। হেমাংগ মজুমদাৰ নামৰ ৰোগীজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে। ৪৫ বছৰীয়া মজুমদাৰৰ…
বি এছ এফত আৰু ৩৩ ক’ভিড পজিটিভ, মুঠ আক্ৰান্ত ৯৪৪
৩৩গৰাকী বি এছ এফৰ লোক যোৱা ২৪ ঘণ্টাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলক লৈ বাহিনীটোত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০২লৈ বৃদ্ধি পাইছে। বাহিনীটোত…