Tag: COVID-19
গুৱাহাটীত আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ
গুৱাহাটীত এগৰাকী আৰক্ষী জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। আৰক্ষী জোৱানজনৰ নাম অনিল চন্দ্ৰ ৰায়। তেওঁ 8th APBN ৰ জোৱান। এমাহ পূৰ্বে…
কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ হাৰ: ব্ৰিটেইনক অতিক্ৰমি এইবাৰ চতুৰ্থ স্থানত ভাৰত
লকডাউন শিথিলৰ পাছতে ভাৰতত দ্ৰুতভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ হাৰ। বৃহস্পতিবাৰেই কৰ’না আক্ৰান্তৰ হাৰত ভাৰতে অতিক্ৰম কৰিছে ব্ৰিটেইনক। কৰ’না আক্ৰান্তৰ হাৰ হিচাপে…
৩৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ১৪৫
১১১গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত বৃহস্পতিবাৰে ৩৪৩০লৈ বৃদ্ধি পাইছে। বৃ্হস্পতিবাৰৰ দিনটোত মাজনিশাপৰ্য্যন্ত চিনাক্ত হৈছে ১৪৫গৰাকী ক’ভিড আক্ৰান্ত।…
১৫০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, নতুনকৈ মুক্ত ১৮৩
১৮৩গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। এইসকলক ধৰি অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ১৪৩২গৰাকীলৈ বৃদ্ধি পাইছে।…
অপ্রতিৰোধ্য কৰ’না: ৰাজ্যত ৩৩০০ অতিক্ৰম কোভিড-১৯আক্ৰান্তৰ সংখ্যা
ৰাজ্যত ৩৩১৯ লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ৩৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।…
দিল্লীত আৰম্ভ কোভিড১৯ৰ গণ-সংক্ৰমণ! : আধা সংখ্যক আক্ৰান্তৰ উৎস ধৰা পৰা নাই দেশৰ ৰাজধানীত
দিল্লীত কোভিড১৯ৰ গণ সংক্ৰমণ আৰম্ভ হৈছে! কালি এক বিবৃতিত এই সম্পৰ্কে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতেন্দ্ৰ জৈনে কয়, ‘গণ সংক্ৰমণ নে কি সেইটো…
অপ্রতিৰোধ্য কৰণা: ৰাজ্যত ৩৩০০ৰ দিশে ক’ৰ’ণা আক্ৰান্ত, দিনটোত চিনাক্ত ২৩৫
ৰাজ্যত ৩২৮৫লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১৯৩গৰাকী ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। আজিৰ দিনটোত ২৩৫গৰাকী লোক আক্ৰান্ত হৈছে। টুইটাৰযোগে…
ক’ৰ’ণা ৰোগী ধৰা পৰাৰ পাছতো কিয় ছিল কৰা নহ’ল গুৱাহাটীৰ এটা বিশেষ বেংক?
মহানগৰীত ক্ৰমাৎ বাঢ়ি গৈছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; তাৰ সমান্তৰালকৈ বাঢ়ি গৈছে কন্টেইনমেন্ট জ’নৰ সংখ্যা। য’ত কোভিদ-১৯ পজিটিভ ৰোগী পোৱা গৈছে সেই অঞ্চলকে…
অসমত ১২৪৯লৈ বৃদ্ধি ক’ভিড আৰোগ্য, চিকিৎসালয়ৰ পৰা নতুনকৈ মুকলি ১৫২
১৫২গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এইসকল ব্যক্তিক ধৰি ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈ…
মুম্বাই আৰক্ষীত ক’ৰ’নাৰ সংহাৰ; এই পৰ্যন্ত ১৯০৮ গৰাকী কৰ্মী আক্ৰান্ত
ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত বৃদ্ধি পাই আছে ক’ৰ’না…