Tag: COVID-19
কোৱাৰেন্টাইন চেন্টাৰত সৰ্প দংশনত মৃত্যু এগৰাকী ৬ বছৰীয়া কন্যা শিশুৰ : তিনিজনক গ্ৰেপ্তাৰ
কোৱাৰেন্টাইন চেন্টাৰত সৰ্প দংশনত মৃত্যু ঘটিছে এটি ৬ বছৰীয়া কন্যা শিশুৰ। ঘটনাটো সংঘটিত হৈছে সোমবাৰে উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত। নাইনিতাল…
ৰাজ্যত প্ৰতিদিনে বাঢ়িছে ক’ৰ’না আক্ৰান্ত : নতুনকৈ আক্রান্ত ১৫ গৰাকী, ৭৯৮ লৈ বৃদ্ধি
ৰাজ্যত ৭৯৮ গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।…
২৯২ জন বিদেশী তবলিগীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিলে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই
দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ১৪ খন বিদেশী ৰাষ্ট্ৰৰ আৰু ১৫ গৰাকী বিদেশী তবলিগীৰ বিৰুদ্ধে চাকেট জিলা আদালত চাৰ্জ শ্বীট দাখিল কৰে। ইয়াৰ…
বিশ্বত ক’ৰ’নাৰ ফলত মৃত্যু ৩.৫১ লাখ লোকৰ, ৫৬.২৫ লাখ লোক আক্ৰান্ত
মহামাৰী ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে অব্যাহত ৰাখিছে সংহাৰ। ভাইৰাছবিধে এই পৰ্যন্ত ৩ লাখ ৫০ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে আৰু ৫৬.২৫…
আঠশৰ দিশে অসমত ক’ভিড-১৯ আক্ৰান্ত, বুধবাৰে চিনাক্ত ১০১
আৰু নগৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৭৮৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে হোজাইৰ পাঁচগৰাকী আৰু নগাওঁ,…
ত্ৰিপুৰাত নতুনকৈ ১০ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৪২
দহগৰাকী ব্যক্তি বুধবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ২৪২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ ক’ভিড-১৯ পজিটিভ চিনাক্ত আটাইকেইগৰাকী ব্যক্তিয়েই বহিঃৰাজ্যৰ ত্ৰিপুৰালৈ ঘূৰি…
ভেকচিন নহয়, পতঞ্জলিয়ে পাইছে ক’ভিড-১৯ৰ ঔষধ?
ভাৰতীয় আয়ুৰ্বেদিক কোম্পানি পতঞ্জলিয়ে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ সলনি নিৰাময়ী দৰৱৰ সন্ধান পোৱাৰ ইংগিত দিছে। “আমি ইমিউনিটি বুষ্টাৰৰ কথা কোৱা নাই। আমি এটা নিৰাময়…
অপ্ৰতিৰোধ্য কৰ’নাৰ মাজতে অসমবাসীলৈ এক ভাল খবৰ
অসমত শেহতীয়াকৈ বহু ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱাৰ মাজতে আহিছে এক ভাল খবৰ। বুধবাৰে ৰাজ্যখনত ২৫গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে আৰু…
৭৭৪লৈ বৃদ্ধি ক’ভিড-১৯ পজিটিভ, নতুনকৈ চিনাক্ত ৬০
অসমত ৭৭৪ গৰাকীলৈ বৃদ্ধি পালে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৬০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি। ইয়াৰে…
অপ্ৰতিৰোধ্য কৰ’না; অসমত ৭১৪লৈ বৃদ্ধি আক্ৰান্ত
অসমত বুধবাৰে ৭১৪গৰাকীলৈ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।…