Tag: COVID19
প্ৰধান মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ অভিনেতা বিকি কৌশলৰ ১ কোটি টকাৰ সাহায্য
উৰি, মাচান, জুবান, ৰমন ৰাঘৱ, ৰাজি আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা বলিউদৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলে প্ৰধান মন্ত্ৰী সাহায্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ…
অসমত প্ৰথমজন ক’ৰ’নাত আক্ৰান্তক চিনাক্ত; নিশ্চিত কৰিলে স্বাস্থ্য বিভাগে
অসমত প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে। কৰিমগঞ্জৰ এজন ৫২ বছৰীয়া এজন শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি। অসম চৰকাৰ…
অসমত চিনাক্ত প্ৰথমজন নিশ্চিত COVID-19 আক্ৰান্ত
অসমত প্ৰথমজন COVID-19 আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ৫২ বছৰীয়া লোকজনৰ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়…
দিল্লীৰ নিজামুদ্দিন কাণ্ড; ভাৰতে নিষিদ্ধ কৰিব মাৰ্কাজত উপস্থিত থকা ৩০০ বিদেশীৰ ভিছা!
দেশত ক’ৰ’নাৰ সংহাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত কাণ্ডই দেশত ক’ৰ’নাতংক বৃদ্ধি কৰিছে। ইতিমধ্যে ইছলামধৰ্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰা…
লকডাউন: সামাজিক ব্যৱধান মানি কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ
লকডাউনৰ সময়চোৱাত সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই। মঙ্গলবাৰে দিচপুৰৰ চৰকাৰী আৱাসত এক…
আন ৰাজ্যত আবদ্ধ অসমৰ লোকক তাতে থকাৰ আহ্বান, কৰা হৈছে থকা-খোৱাৰ ব্যৱস্থা
অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই লকডাউনৰ বাবে আন ৰাজ্যত আবদ্ধ হৈ অসমৰ লোকসকলক তাতে থকাৰ আহ্বান জনাইছে। তেওঁ সদৰী কৰা মতে…
‘বাঙালীৰ বাবে মিঠাই অপৰিহাৰ্য’, মমতালৈ আহ্বান দৈনিক খোলা ৰাখক মিঠাইৰ দোকান
বাঙালীৰসকলৰ জীৱন যাত্ৰাত মিঠাই অতি অপৰিহাৰ্য। ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা…
ল’কডাউনৰ দুৰ্দশা; আগ্ৰাত আত্মহত্যা মেঘালয়ৰ প্ৰব্ৰজিত এজন শ্ৰমিকৰ
ক’ৰ’না প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’কডাউনৰ বাবে আগ্ৰাত এজন শ্ৰমিকে আত্মহত্যা কৰিছে। সোমবাৰে আগ্ৰাত কৰ্মৰত মেঘালয়ৰ প্ৰব্ৰজিত শ্ৰমিকে আত্মহত্যা কৰে। আৰক্ষীৰ সূত্ৰৰ…
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগীত প্ৰকৃততে কি ঘটিছিল? এই মাৰাত্মক ভুল কৰ্তৃপক্ষ নে চৰকাৰৰ!
দেশত ক’ৰ’না ভাইৰাছে সংহাৰ চলাই থাকোতে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে তবলিগী জামাত অংশগ্ৰহণ কৰা কেইহাজনো লোক…
ক’ৰ’নাৰ সংক্ৰমণ: দিল্লীৰ তবলিগী জামাতৰ সমাৱেশত অংশ লৈছিল অসমৰো প্ৰায় তিনিশ লোকে
দিল্লীৰ হজৰত নিজামুদ্দিন তবলিগী জামাতৰ এক ধৰ্মীয় সমাৱেশত কৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশত কৰ’নাৰ আতংক বৃদ্ধি পাইছে। উক্ত সমাৱেশত অংশ…