Tag: COVID19
ক’ভিড১৯: প্ৰাক্তন মুখ্য মন্ত্ৰী, শীৰ্ষ ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিকৰ সৈতে বাৰ্তালাপ সোণোৱালৰ
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ভূমিধৰ বৰ্মন, প্ৰফুল্ল কুমাৰ মহন্ত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই…
সঘনাই ফৰৱাৰ্ড হোৱা মেছেজৰ ক্ষেত্ৰত নতুন ব্যৱস্থা হোৱাটছএপৰ
কৰ’নাভাইৰাছৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে হোৱাটছএপে সঘনাই ফৰৱাৰ্ড কৰা মেছেজসমূহ পুনৰ কেৱল এজনলৈকেহে এবাৰত দিব পৰাৰ ব্যৱস্থা কৰিছে। পূৰ্বে পাঁচবাৰতকৈ…
ক’ৰ’না প্রতিৰোধ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে পাঁচটা পৰিকল্পনা
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই আছে। দেশৰ ৰাজধানী দিল্লীতো ক’ৰ’নাই ব্যাপকৰূপত সংক্ৰমিত হোৱা দেখা গৈছে। তেনে এক সন্ধিক্ষণতে…
অসম চৰকাৰৰ আৱকাৰী বিভাগে উৎপাদন কৰিব হেণ্ড চেনিটাইজাৰ; অসম চৰকাৰৰ ঘোষণা
সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰততো এই ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভাৰতত এতিয়ালৈ চাৰি…
নিজামুদ্দিন, অসমৰ বাহিৰৰ পৰা অহা লোকলৈ শেষ আহ্বান আৰক্ষীৰ
অসম আৰক্ষীয়ে নিজামুদ্দিন মাৰ্কাজ বা ক’ভিড১৯ সংক্ৰমিত যিকোনো স্থানৰ পৰা শেহতীয়াকৈ ৰাজ্যলৈ অহা লোকসকলক স্বাস্থ্য কেন্দ্ৰলৈ আহিবলৈ শেষ আহ্বান জনাইছে। এতিয়াও স্বাস্থ্য…
ক’ৰ’নাতংক; প্ৰধানমন্ত্ৰী মোদীয়ে বৃদ্ধি কৰিব পাৰে দেশত ল’কডাউনৰ ম্যাদ!
ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ঘোষণা কৰিছিল ২১ দিনীয়া ল’কডাউন। এই ল’কডাউন অহা ১৪ এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ কথা।…
লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা বিধায়িকা আঙুৰলতা ডেকাৰ
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰি তাৰ পৰা আহি লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা দিছে ব্ৰটদৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। সংবাদ মাধ্যমৰ আগত…
ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক খাদ্য সামগ্ৰী যোগান
ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান। তেনে ১২০ টা পৰিয়ালক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিলে ক্ৰীড়া আৰু…
লুকাই থকা জামাতিলৈ শেষ সুযোগ হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ পৰা আহি অসমত লুকাই থকাসকললৈ সোমবাৰে শেষ সুযোগ আগবঢ়াইছে। তেওঁ কয় যে আজিৰ…
গুৱাহাটী পদপথত আহাৰ বিতৰণ মহানগৰ আৰক্ষী আয়ুক্তৰ জীয়াৰীৰ
ক’ৰ’না গ্ৰাসত সমগ্ৰ বিশ্ব৷ ভাৰতবৰ্ষত কৰ’না সংক্ৰমন ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া ল’কডাউন ৷ জনসমাগম…