Tag: নিৰ্বাচন ২০১৯
নিৰ্বাচনী উত্তাপে ম্লান পেলাইছে নেকি হেঁপাহৰ ৰঙালী বিহুৰ উলাহ?
ৰঙালী বিহুৰ বতৰ এয়া, লগে লগে ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। বাপতি সাহোন ৰঙালী বিহুটি অহাৰ লগে লগে অসমীয়াৰ মনত আনন্দৰ…
কংগ্ৰেছ-বিজেপি শক্তিশালী হ’লেও তেওঁলোকৰ প্ৰাৰ্থী অতি দুর্বল : জোনমণি দেৱী খাউণ্ড
গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰে ক্ৰমাৎ আকৰ্ষণীয় ৰূপ ল’বলৈ আৰম্ভ কৰিছে। ৰঙালী বিহুৰ মাজতে সমষ্টিটোৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটী…
মমতাই কোৱাৰ দৰে অসমত বাঙালীসকল অসুৰক্ষিত নহয় : ৰূপা গাংগুলী
লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মোহময়ী অভিনেত্ৰী ৰূপা গাংগুলীয়ে শনিবাৰে অসমৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৰূপা…
প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই মোক নকল কৰে : কুইন ওজা
‘’গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই মোক নকল কৰে। ৰাইজৰ মাজত মই যেনেদৰে প্ৰচাৰ চলাইছো, ঠিক তাৰ পিছতে ববিতা শৰ্মাইও সেইদৰে প্ৰচাৰ চলাইছে।‘’…
বিশ্বনাথ চাৰিআলিৰ অমানৱীয় ঘটনা ‘বিৰোধী’ৰ চক্ৰান্ত : বিজেপিৰ কাৰ্য্যালয়ত বহি জামাত-উলেমা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চুহেব কাছামি
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ কিছুদিন পূৰ্বে বিশ্বনাথ চাৰিআলিৰ চাওকাত আলী নামৰ মুছলমান সম্প্ৰদায়ৰ এজন লোকক গৰু মাংস বিক্ৰী কৰাৰ অপৰাধত কিছু…
আজমল বাংলাদেশীৰ নেতা: বিজেপি
এ আই য়ু দি এফ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শক্তিশালী আক্ৰমণ কৰি ভাৰতীয় জনতা দলে শনিবাৰে অভিহিত কৰিছে আজমল অনুপ্ৰৱেশকাৰীৰ নেতা। “প্ৰত্যেকে…
হিমন্তকো ৰামঠগন দিলে নেকি বিজেপিয়ে? “নেডা”ৰ নেতা হিচাপে এখনো ৰাজ্যত প্ৰচাৰৰ দায়িত্ব নাপালে
মন্ত্ৰী হিমন্ত বিশ্বৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ স্বপ্নৰ বাটত বাধা হৈ থিয় হোৱা “নেডাৰ দায়িত্ব”ক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত। উত্তৰ-পূবত অসমক…
অসমত গৰু-গাহৰিৰ ৰাজনীতি বন্ধ কৰক, অসমীয়া হৈ থাকিবলৈ দিয়ক: জিতেন দত্ত
অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশজুৰি চৰ্চিত হোৱা বিশ্বনাথৰ “গো-মাংসকেন্দ্ৰিক” গণ-উন্মাদনাৰ ঘটনাৰ পিছতে অসমত হিন্দু-মুছলিম ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাইছে আলোচনাৰত আলফা…
সৰ্বানন্দ মুখ্য মন্ত্ৰী নে পুতলা মুখ্যমন্ত্ৰী মোৰ সন্দেহ হৈছে : তৰুণ গগৈ
‘’সৰ্বানন্দ মুখ্য মন্ত্ৰী হয় নে নহয়, নে পুতলা মুখ্যমন্ত্ৰী মোৰ সন্দেহ হৈছে। তেওঁৰ যদি সৎ সাহস আছে মোৰ সৈতে মুকলি তৰ্কলৈ আহক।…
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত বিজেপি নেত্ৰী ৰূপা গাংগুলী
ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন দল সমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি অসমত…