Tag: নিৰ্বাচন ২০১৯
ডিব্ৰুগড়ৰ সঞ্জুৱাৰা ভোট কেন্দ্ৰৰ টাংচা জনগোষ্ঠীৰ ভোট বৰ্জন
ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটা বিধান সভাৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ মহকুমাৰ সঞ্জুৱাৰা গাঁৱত থকা ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায় ভোট গ্ৰহণত এটাও…
কলিয়াবৰত নিৰ্বাচনৰ সময়ত কংগ্ৰেছ কৰ্মীৰ গুণ্ডাগিৰী
ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে সামৰণি পৰে। ভোটগ্ৰহণৰ সময়ত ঠায়ে ঠায়ে বিভিন্ন দলৰ সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসা সংঘটিত হোৱা দেখা যায়।…
নগাঁৱত ভাড়াঘৰ লৈ থকা প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনৰ পাছত ৰাইজে বিচাৰি নাপাব; মই ঘৰৰ ল’ৰা ঘৰতে থাকিম : ৰূপক শৰ্মা
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ বৃহস্পতিবাৰে ৰাজ্যৰ পাচটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হৈ থকাৰ সময়ত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান…
চহিদ সেনাৰ প্ৰসংগেৰে মোদীৰ চকীদাৰিক প্ৰশ্ন কংগ্ৰেছৰ
দেশৰ সাধাৰণ নিৰ্বাচনৰ আগ মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ‘চকীদাৰ’ হিচাপে অভিধা দিয়ে। কিন্তু ‘চকীদাৰ’ প্ৰধান মন্ত্ৰীৰ শাসনকালত দেশৰ নিৰাপত্তাত নিয়োজিত…
প্ৰথম পৰ্য্যায়ত ৫ বজালৈকে ভোটদানৰ হাৰ ৬৭.৪ শতাংশ : কোন সমষ্টিত কিমান ভোটৰ হাৰ?
দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট,…
মোডীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে : তৰুণ গগৈ
প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে অভিযোগ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভোটগ্ৰহণৰ দিনটোত অসমলৈ প্ৰচাৰ চলাবলৈ আহি…
গণতন্ত্ৰৰ উত্থান; অসমত প্ৰথমবাৰৰ বাবে মহিলাই সম্পূৰ্ণৰূপে পৰিচালনা কৰিলে ভোটগ্ৰহণ কেন্দ্ৰ
অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ…
মোদীৰ সন্মুখতে আত্মহত্যাৰ সকীয়নি শ্বিলং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ
পুনৰ শাসনলৈ আহিলে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে লোকসভা নিৰ্বাচনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতিবাদত আত্মহত্যাৰ…
নুমলীগড়ত গ্ৰেপ্তাৰ মাতাল প্রিজাইডিং বিষয়া : ৰতনপুৰত আনৰ নামত ভোট দিয়াক লৈ উত্তেজনা
আজি অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নুমলীগড়ত এজন প্ৰিজাইডিং বিষয়াই কৰ্তব্যৰ সময়তে সুৰাপান কৰাৰ ঘটনা ঘটে। ভোটগ্ৰহণ কেন্দ্ৰটোত মাতাল…
ভোট গ্ৰহণৰ মাজতে তিনিচুকীয়া, দুলীয়াজানত আই ই দি, ‘বোমা’; তীব্ৰ চাঞ্চল্য
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিনাই তিনিচুকীয়াৰ মাকুম আৰু ডিব্ৰুগড়ৰ দুলীয়াজানত উদ্ধাৰ হৈছে এটা “আই ই দি” আৰু “বোমা-সদৃশ” সামগ্ৰী। বোমা উদ্ধাৰৰ…