Tag: নিৰ্বাচন ২০১৯
দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰ ৫টা সংসদীয় সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ
আজি দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেখৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা লোকসভা সমষ্টিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। অসমৰো…
নিৰ্বাচনী উত্তাপৰ মাজতে বিজেপিৰ সংকল্পত হিমচেঁচা পানী জে দি (ইউ)ৰ
পুনৰ শাসন পালেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি বিজেপিয়ে লোৱা ৰাষ্ট্ৰীয় সংকল্পত নিৰ্বাচনী উত্তাপৰ মাজতে হিমশীতল পানী ঢালিছে মিত্ৰ জে দি (ইউ)এ।…
কংগ্ৰেছ দলে কেৱল উত্তৰ-পূব লুটিবলৈহে শাসন চলাইছিল : সোণোৱাল
কংগ্ৰেছ দল আৰু নেতা নীতিহীন। এইদলটো দুৰ্নীতিত ওস্তাদ। প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰলৈকে কোনো এখন চৰকাৰে উত্তৰ-পূবৰ…
কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ, কিমান ভোটাৰে কেইগৰাকী প্ৰাৰ্থীৰ কৰিব ভাগ্য নিৰ্ণয়?
বৃহস্পতিবাৰে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। দেখৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা লোকসভা সমষ্টিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। অসমৰো…
বিজেপিৰ ‘সংকল্প’ৰ পাছতে দিল্লীত তৎপৰ আছু-নেছ’
পুনৰ শাসনলৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি আসন্ন লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাষ্ট্ৰীয় সংকল্প লোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে নতুন দিল্লীত…
নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছৰ উথলি উঠে অসম প্ৰেম : বিজেপি
‘নিৰ্বাচন অহাৰ লগে লগে যেন অসমৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম উথলি উঠিছে, প্ৰতিশ্ৰুতিৰ বন্যা বৈছে।‘ প্রথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত কেইটামান ঘন্টা…
পৰাজয় নিশ্চিত ব্যৰ্থ সাংসদ আজমলৰ: অগপৰ জাবেদ ইছলাম
ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক “ব্যৰ্থ” বুলি অভিহিত কৰি আসন্ন লোকসভা নিৰ্বাচনত তেওঁৰ নিশ্চিত পৰাজয় দাবী কৰিছে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে। “মাত্ৰ ভোটৰ…
লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : ধুবুৰী লোকসভা সমষ্টি
ধুবুৰী জিলাৰ সম্পূৰ্ণ অংশ আৰু গোৱালপাৰা জিলাৰ একাংশ সামৰি গঠন হৈছে ৪ নং ধুবুৰী লোকসভা সমষ্টি।এই সমষ্টিটো অসংৰক্ষিত। নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ মুঠ ভোটাৰৰ সংখ্যা ১৮,৪৪,০৪০ গৰাকী পুৰুষ ভোটাৰ : ৯৪২৮৪৭জন মহিলা ভোটাৰ : ৯০১১৬৬গৰাকী তৃতীয় লিংগৰ ভোটাৰ: ২৭গৰাকী মুঠ ভোটকেন্দ্ৰ আছে ২৪৫০টা ১৯৫১ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ আমজাদ আলী…
হিমন্ত বিশ্বক এৰি অসমত পৰৱৰ্তী চৰকাৰৰ নেতৃত্বত পুনৰ সোণোৱাল
প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰত ৰাখি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ’২১ত অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিজেপিয়ে, সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ দাবী।…
‘পি এম নৰেন্দ্ৰ মোদী’ৰ মুক্তিত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূবতো প্ৰদৰ্শিত হ’বলগীয়া প্ৰধান মন্ত্ৰী মোদীৰ জীৱনভিত্তিক বলিউদি চিনে’মা ‘পি এম নৰেন্দ্ৰ মোদী’ৰ মুক্তিত বুধবাৰে নিষেধাজ্ঞা আৰোপ…