Tag: নিৰ্বাচন ২০১৯
লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ
চামগুৰিত এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজৰ পাছতেই এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই। ঘটনাৰ বিৱৰণি মতে…
বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক শক্তিৰ ওচৰত অসম সুৰক্ষিত নহয় : বিশ্বনাথৰ সভাত মন্ত্ৰী হিমন্ত
‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৫ বছৰত দেশত পৰিৱৰ্তনৰ জোঁৱাৰ উঠিছে। যাৰ বাবে দেশৰ জনতাই নৰেন্দ্ৰ মোদীকেই আকৌ এবাৰ প্ৰধান মন্ত্ৰী…
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত ভেজাল তেজ আছে : মণিমাধৱ মহন্ত
কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আজি নিৰ্বাচনী প্ৰচাৰ চলায়। মণিমাধৱৰ লগত উপস্থিত থাকে…
এ আই য়ু ডি এফৰ ইস্তাহাৰ।। বিধেয়ক বিৰোধিতা, অসম চুক্তিক সমৰ্থন; চৰক বিদেশীমুক্ত কৰাৰ আশ্বাস
নাগৰিকত্ব বিধেয়ক বিৰোধিতাক অন্যতম মূল বিষয়ৰূপে লৈ শুকুৰবাৰে লোক সভা নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কৰিছে এ আই য়ু ডি এফে। অসমৰ তিনিটা সমষ্টিত…
কোকৰাঝাৰ লোকসভা সমষ্টিৰ তিনিজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল
ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময় আছিল ৪ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ। আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াসকলৰ…
ধুবুৰীত অগ্নিকন্যা।। বিধেয়ক-এন আৰ চি-“কেলেংকাৰি জড়িত হিমন্ত”ক লৈ তুলাধুনা বিজেপিক
এন আৰ চি, নাগৰিকত্ব বিধেয়ক আৰু “কেলেংকাৰি জৰিত” হিমন্ত বিশ্ব শৰ্মাক ইছু হিচাপে লৈ ধুবুৰীৰ এখন নিৰ্বাচনী সভাত শুকুৰবাৰে শাসকীয় বিজেপি চৰকাৰ…
সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান
সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থক সুকুমাৰ বিশ্বাসে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সভাপতি ৰঞ্জিত…
নতুন প্ৰজন্মৰ ভোটাৰৰ মাজত সজাগতাৰ বাবে শিৱসাগৰত নিৰ্বাচন আয়োগ, ষ্টেট আইকন গায়িকা তৰালী শৰ্মা
আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। আগন্তুক লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি নিৰ্বাচন আয়োগে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ…
“কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক ‘দুগৰাকী পত্নী বিতৰ্ক’ৰ পৰা বচাবলৈ হিমন্তৰ ফোন”
বিজেপিলৈ গৈ কংগ্ৰেছৰ ঘোৰ বিৰোধী হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এটা অভিযোগৰ পৰা…
বিপদত বৰপেটাৰ অগপ প্ৰাৰ্থী; অব্যাহতি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ, নকৰে সমৰ্থন
লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি মিত্ৰজোঁট সমৰ্থিত বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক অব্যাহতি দিছে অসম আন্দোলন সংগ্ৰামী মঞ্চই। প্ৰাক্তন মুখ্য মন্ত্ৰী…